• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰতিদিনে ১ লাখ পৰীক্ষা কৰাৰ লক্ষ্যৰে ভাৰতে মে’ৰ শেষলৈ উৎপাদন কৰিব কোভিড-১৯ এণ্টিবডি টেষ্ট কিট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 28, 2020 9:25 pm

1 min read

আমি ক’ৰ’না সংক্ৰমণৰ তৃতীয় স্তৰলৈ যোৱাৰ পৰা ভাৰতক ৰক্ষা কৰাত বৰ্তমানলৈ সফল হৈছো : ড০ হৰ্ষবৰ্ধণ

স্বাস্থ্ মন্ত্ৰী হৰ্ষবৰ্ধণ

412
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে বুধবাৰে সংবাদমেল সম্বোধন কৰি ভাৰতে মে’ৰ ভিতৰত ক’ৰ’না ভাইৰাছৰ পৰীক্ষাৰ বাবে নিজাকৈ ক’ৰ’নাভাইৰাছৰ আৰ টি-পি চি আৰ আৰু এণ্টিবডি টেষ্ট কিট উৎপাদন কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে।

‘‘এই ক্ষেত্ৰত সকলো প্ৰচেষ্টা যথেষ্ট আগবঢ়িছে আৰু ভাৰতীয় চিকিৎসা গৱেষণা সংস্থাৰ পৰা অনুমতি লাভ কৰাৰ পাছতে উৎপাদন আৰম্ভ হ’ব,’’ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয়।

আনহাতে, ভাৰতে নিজাকৈ টেষ্টিং কিট উৎপাদন কৰাৰ পাছত ৩১ মে’লৈ স্বাস্থ্য বিভাগে প্ৰতিদিনে ১ লাখ ক’ৰ’নাৰ টেষ্ট কৰাৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছে সেই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰতো সহায়ক হ’ব বুলিও হৰ্ষ বৰ্ধনে কয়।

পূৰ্বে এখন সংবাদমেলতো স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ভাৰতে বৰ্তমানলৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাত সক্ষম হৈছে বুলি উল্লেখ কৰিছিল।

ভাৰতত বৰ্তমানলৈ ২৯,০০০ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে প্ৰায় ৯০০ লোকে প্ৰাণ হেৰুৱাইছে।

ভাৰতত ৭০০০ অধিক লোক ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰিছে।

Recent News

Prafulla satyabrata

মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত

ajp

অসম জাতীয় পৰিষদৰ কোনে ক’ৰ পৰা লাভ কৰিলে প্ৰাৰ্থিত্ব?

Grand-Allience-750x375

কংগ্ৰেছ মহাজোঁটে ২১টা সমষ্টি এৰি দিলে মিত্ৰ AIUDF ক, কি কি সমষ্টি দিলে এৰি?

a bjp

প্রতীক্ষাৰ অন্ত: বিজেপি মিত্ৰজোঁটে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা, কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd