• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যশস্বী জয়ছোৱালৰ দুৰ্দান্ত প্ৰদৰ্শন; দক্ষিণ আফ্ৰিকাক ৮ উইকেটত হৰুৱালে ১৯অনুৰ্ধৰ ভাৰতীয় দলে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2019 10:04 am
yashasvi_jaiswal_with_the_man_of_the_match_trophy_csa_twitter__1577539495

শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা গ্ৰহণ কৰিছে যশস্বী জয়ছোৱালে। ফটো সৌজন্য: বিচিচিআই টুইটাৰ

537
VIEWS
Share on FacebookShare on Twitter

উদীয়মান তাৰকা যশস্বী জয়ছোৱালৰ চাৰিটা উইকেট আৰু অপৰাজিত ৮৯ ৰাণৰ অনবদ্য ইনিংছৰ সহায়ত ১৯অনুৰ্ধৰ ভাৰতীয় দলে দ্বিতীয়খন যুৱা এদিনীয়াত দক্ষিণ আফ্ৰিকাক ৮ উইকেটত পৰাজিত কৰি ছিৰিজ দখল কৰে।

১৯অনুৰ্ধৰ ভাৰতীয় ক্ৰিকেট দলটোৱে দক্ষিণ আফ্ৰিকাৰ দলটোক কোনো সময়তে তিষ্ঠি থকাৰ সুবিধা নিদিলে।

যশস্বী জয়ছোৱালে ১৩ ৰাণ দি চাৰিটা উইকেট লোৱাৰ উপৰি ৮৯ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে।

শনিবাৰে বাফেলো পাৰ্কত ভাৰতীয় যুৱ দলটোৱে টছত জয়লাভ কৰি প্ৰথমতে দক্ষিণ আফ্ৰিকাৰ দলটোক বেটিং কৰিবলৈ দিয়ে।

দক্ষিণ আফ্ৰিকাৰ দলটোৱে বেটিং কৰি নিৰ্দ্ধাৰিত ৫০ অভাৰ টিকিবই নোৱাৰিলে আৰু গোটেই দলটো ২৯.৫ অভাৰত ১১৯ ৰাণ কৰিয়েই আউট হৈ যায়।

দক্ষিণ আফ্ৰিকাৰ অপেনিং বেটছমেন এণ্ড্ৰু লুইয়ে ২৪ ৰাণ জোনাথন ব’ৰ্ডে ২৫ ৰাণ কৰে।

ভাৰতৰ হৈ যশস্বী যাদৱে সুন্দৰ বলিঙেৰে ৩,৫ অভাৰত ১৩ ৰাণ দি সৰ্বাধিক চাৰিটা উইকেট দখল কৰে। আকাশ সিং, অথৰ্ব অংকোলেকৰ আৰু ৰবি বিষ্ণই দুটা কৈ উইকেট লাভ কৰে।

Yashasvi Jaiswal knocks it out of the Buffalo park with a match-winning performance.

4️⃣ wickets and a blistering unbeaten 8️⃣9️⃣ against the ?? U-19 ???#RoyalsFamily | #HallaBol | ? @OfficialCSA pic.twitter.com/sUba1s2QiV

— Rajasthan Royals (@rajasthanroyals) December 28, 2019

দক্ষিণ আফ্ৰিকাৰ হৈ জোনাথন ব’ৰ্ডে সৰ্বাধিক ২৫ ৰাণ কৰে। দলটোৰ ছয় গৰাকী বেটছমেনে দুটা অংকৰ সংখ্যাও স্পৰ্শ কৰিব নোৱাৰিলে।

বিজয়ৰ বাবে প্ৰয়োজনীয় ১২০ ৰাণৰ লক্ষ্য অনুসৰণ কৰি জয়ছোৱালে ৫৬টা বলত ১৪ টা চাৰি আৰু ৩টা ছয় কোবায়।

উল্লেখযোগ্য যে যশস্বী জয়ছোৱালক এইবাৰ ৰাজস্থান ৰয়েলছে আইপিএল ২০২০ৰ বাবে ২.৪ কোটি টকাত ক্ৰয় কৰিছে।

ভাৰতীয় দলৰ হৈ যশস্বী জয়ছোৱালৰ উপৰি ধ্ৰুৱ জুয়ালে অপৰাজিত ২৬ ৰাম সংগ্ৰহ কৰে। ১৯ অনুৰ্ধৰ ভাৰতীয় দলটোৱে মাত্ৰ ১৬.২ অভাৰতে নিৰ্দিষ্ট লক্ষ্য অতিক্ৰম কৰে।

Recent News

আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে! সাময়িকভাৱে অপূৰ্ণ হৈ ৰ’ল তপাৰ মূৰত চুলি গজোৱাৰ সপোন…

আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে! সাময়িকভাৱে অপূৰ্ণ হৈ ৰ’ল তপাৰ মূৰত চুলি গজোৱাৰ সপোন…

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd