• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰু নহয়! এইবাৰ ৰাছিয়াৰ বিৰুদ্ধে ভোট দিলে ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2022 9:15 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India votes to reject Russia’s demand ৰাজধানী কিয়েভৰ বিভিন্ন অংশত ৰাছিয়াৰ বৃহৎ ক্ষেপনাস্ত্ৰৰ আক্ৰমণত ইউক্ৰেইন প্ৰায় বিধ্বস্ত হৈ পৰিছে। সাত মাহ ধৰি চলি থকা যুদ্ধত ৰাছিয়াই সোমবাৰে এই মাৰাত্মক আক্ৰমণ চলাইছিল। এতিয়ালৈকে কমেও ১৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। আন ১০০ ৰো অধিক লোক আহত হৈছে।

ৰাছিয়াৰ এই অভূতপূৰ্ব ক্ষেপনাস্ত্ৰ আক্ৰমণক লৈ ব্যাপক উত্তেজনাৰ সৃষ্টি  হৈছে। ইয়াৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশসমূহে ক্ষোভ আৰু গৰিহনা প্ৰকাশ কৰিছে।

লগতে পঢ়ক: বিজেপি নেতাৰ কুকীৰ্তি! ১৬ জন দলিত শ্ৰমিকক বন্দী কৰি নিৰ্যাতন; প্ৰহাৰৰ ফলত গৰ্ভপাত মহিলাৰ

Apply Now

পশ্চিমীয়া দেশসমূহৰ দৰে এছিয়াৰ দেশ ভাৰতেও এই ঘটনাক লৈ “গভীৰ উদ্বেগ” প্ৰকাশ কৰি এক বিবৃতি জাৰি কৰিছিল। তাৰ কেইঘণ্টামানৰ পিছতে নতুন দিল্লীয়ে ৰাষ্ট্ৰসংঘত ৰাছিয়া বিৰোধী প্ৰস্তাৱত ভোটদান কৰে।

গণভোটৰ জৰিয়তে ইউক্ৰেইনৰ চাৰিটা অঞ্চল ৰাছিয়াত সংযুক্ত কৰাৰ এটা গৰিহনা প্ৰস্তাৱ ৰাষ্ট্ৰসংঘত প্ৰস্তুত কৰা হৈছিল। ৰাছিয়াই সেই প্ৰস্তাৱটোৰ ওপৰত ভোটদানৰ বাবে গোপন বেলটৰ দাবী কৰিছিল। ৰাছিয়াৰ দাবী নাকচ কৰি ভাৰতকে ধৰি শতাধিক দেশে গোপন ভোটদানৰ বিৰুদ্ধে ভোট দিছে।

আলবেনিয়াই ১৯৩ জনীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ এই গৰিহনা প্ৰস্তাৱ আনিছিল। প্ৰস্তাৱটোৱে ৰাছিয়াৰ ইউক্ৰেইনৰ ডনেটস্ক, খেৰচন, লুহানস্ক আৰু জাপোৰিঝিয়া অঞ্চলৰ সংযুক্তি আৰু তাত “অবৈধ গণভোট”ক গৰিহণা আৰু বিৰোধিতা কৰিছিল।

ৰাছিয়াই প্ৰস্তাৱটো গ্ৰহণ কৰা আলবেনিয়াৰ সিদ্ধান্তটোৰ পুনৰীক্ষণৰ বাবে আবেদন জনাইছিল। মাত্ৰ ১৩ খন দেশে ৰাছিয়াৰ পক্ষ লৈছিল। ১০৭ খন দেশ ৰাছিয়াৰ বিৰুদ্ধে থিয় দিয়ে। ৩৯ খন দেশে ভোটদানৰ পৰা বিৰত থাকে।

লগতে পঢ়ক: গুৱাহাটীত গ্ৰেপ্তাৰ ভুৱা পৰিচয়েৰে লুটিবলৈ চেষ্টা কৰা তিনি ছদ্মবেশী দুৰ্নীতি বিৰোধী শাখাৰ বিষয়া!

কূটনৈতিক মহলৰ মতে ৰাছিয়া আৰু চীনে পৰাজয় অনিবাৰ্য জানিয়েই ইয়াত ভোট দিয়া নাছিল। ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ স্থায়ী প্ৰতিনিধি ভাচিলি নেবেঞ্জিয়াই এই ভোটদানৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ নিৰাপত্তা পৰিষদত জালিয়াতি হোৱাৰ অভিযোগ কৰিছে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd