• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমুখত আজি শক্তিশালী অষ্ট্ৰেলিয়াঃ এছিয়ান কাপ অভিযানৰ বাবে সাজু ‘মেন ইন ব্লু’

আহি আছে এক প্ৰবল ধুমুহাঃ সকীয়নি ষ্টিমাকৰ; মনোবলৰ শক্তিৰেই অৱতীৰ্ণ হ’ব ছেত্ৰী বাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2024 4:57 pm
India vs Australia AFC Asian Cup
525
VIEWS
Share on FacebookShare on Twitter

ঠিক অলপ সময় পিছতে, বিয়লি ৫ বজাত কাটাৰৰ আহমদ বিন আলী ষ্টেডিয়ামত এছিয়ান কাপৰ অভিযান আৰম্ভ কৰিব ভাৰতীয় দলে। প্ৰতিপক্ষ শক্তিশালী অষ্ট্ৰেলিয়া।

এবছৰ পূৰ্বে এই একেই স্থানতে এই অষ্ট্ৰেলিয়াই প্ৰায় ৰুদ্ধ কৰিবলৈ আগবাঢ়িছিল মেছি বাহিনীৰ বিশ্বজয়ৰ স্বপ্ন। অৱশ্যে মাৰ্টিনেজৰ বীৰোচিত প্ৰদৰ্শনৰ সুবাদত অৱশেষত শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছিল।

এই অষ্ট্ৰেলিয়াকে প্ৰতিদ্বন্দিতা জনাবলৈ সাজু হৈছে সুনীল ছেত্ৰী নেতৃত্বাধীন ভাৰতীয় দল। প্ৰশিক্ষক ইগ’ৰ ষ্টিমাকৰ কৌশলী পৰিকল্পনাৰে অৱতীৰ্ণ হ’বলৈ সাজু মেন ইন ব্লু।

ইতিমধ্যে ষ্টিমাকে দলক সকীয়নি দিছেই, আহি আছে এক প্ৰবল ধুমুহা। খেলপথাৰত এই ধুমুহাক প্ৰত্যাহ্বান জনাবলৈ ষ্টিমাকে নিশ্চয় প্ৰস্তুত কৰিছে ৰণকৌশল।

মেচখনৰ বাবে ইতিমধ্যে মূল একাদশ ঘোষণা কৰিছে ভাৰতে। তাৰকা ডিফেণ্ডাৰ আনৱাৰ আলীৰ অনুপস্থিতিয়ে দলত অনুভৱ হ’ব যদিও সন্দেশ, ৰাহুল আৰু শুভাশীসৰ দৰে তাৰকাৰ ৰক্ষণ সহজে ভেদ কৰিব নোৱাৰিব বুলিয়েই আশা।

এই ৰক্ষণ ভেদ কৰি গ’লেও অষ্ট্ৰেলিয়ান খেলুৱৈৰ শ্বট প্ৰতিহতৰ বাবে সাজু থাকিব গুৰপ্ৰীত। এবছৰ পূৰ্বে মাৰ্টিনেজৰ চমকৰ দৰেই যদি আজি অষ্ট্ৰেলিয়াক বশ কৰে, তেন্তে ভাৰতীয় দলৰ বাবে সেয়া হ’ব প্ৰধান শক্তি।

একেদৰে আক্ৰমণতো আব্দুল ছামাদৰ অভাৱ অনুভৱ কৰিব ভাৰতে। অৱশ্যে অধিনায়ক ছেত্ৰীক মূখ্য কৰি চলিব লগা দলৰ আক্ৰমণ বিভাগক কোনোপধ্যে দুৰ্বল বুলিবও নোৱাৰি।

ছেত্ৰীৰ লগতে ভাৰতীয় ফুটবলৰ ভৱিষ্যতৰ সম্ভাৱনা ছাংটে, নিখিল, মনবীৰে অষ্ট্ৰেলিয়াৰ বক্সত চলাব লাগিব আক্ৰমণ। বেঞ্চত থকা থাপা, মহেশ আৰু৭ ফাৰ্নাণ্ডেজৰো আছে সঠিক কৌশল।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ লগতে প্ৰতিযোগিতাখনত ভাৰতৰ প্ৰতিদ্বন্দী আন দুটা দল হৈছে উজবেকিস্তান আৰু ছিৰিয়া। এনে শক্তিশালী প্ৰতিপক্ষৰ প্ৰতিদ্বন্দিতা নেওচি আগবঢ়াটো কঠিন যদিও আশাবাদী ভাৰতীয় দল তথা অনুৰাগী।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd