• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইংলেণ্ড বনাম ভাৰত : শৃংখলাত জয়লাভেৰে আইচিচি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ যোগ্যতা অৰ্জন টীম ইণ্ডিয়াৰ

মেন অৱ দ্যা চিৰিজ ৰবীচন্দন অশ্বিনে গঢ়িলে নতুন অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2021 5:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাটোত আশানুৰূপভাৱেই বিজয়ী হ’ল টীম ইণ্ডিয়া।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থ তথা অন্তিমখন মেচৰ তৃতীয় দিনাখনেই টীম ইণ্ডিয়াই আলহী দলটোক বিমুখ কৰি পঠায়।

Apply Now

এক ইনিংছ আৰু ২৫ ৰাণৰ বিনিময়ত বিজয়ী হৈ টীম ইণ্ডিয়াই এই ঈৰ্ষণীয় কৃতিত্বৰ অধিকাৰী হৈছে।

প্ৰথমদিনা টছত জিকি ইংলেণ্ডৰ ইনিংছ ২০৫ ৰাণত সমাপ্ত হোৱাৰ বিপৰীতে টীম ইণ্ডিয়াই ৩৬৫ ৰাণ সংগ্ৰেহেৰে টেষ্টখনত চালকৰ আসনত উপৱিষ্ট হয়।

টীম ইণ্ডিয়াৰ এই সুদৃঢ় স্থিতিৰ মূলতে আছিল উইকেট কীপাৰ ঋষভ পণ্টৰ দুৰ্দান্ত শতকীয় ইনিংছ।

নৱাগত উইকেটকীপাৰজনৰ ১০১ (১১৮) ৰাণৰ ইনিংছটোৱে ইতিমধ্যে ক্ৰিকেট বিশেষজ্ঞসকলৰ পৰা ব্যাপক প্ৰশংসা লাভ কৰিছে।

পণ্টৰ উপৰিও নৱাগত অলৰাউণ্টাৰ ৱাশ্চিংটন সুন্দৰেও ৯৬ (১৭৪) ৰাণৰ অনবদ্য প্ৰদৰ্শন আগবঢ়ায়।

স্পীনাৰ তথা মেচখনৰ অন্যতম আকৰ্ষণ অক্ষৰ পেটেলে ৪৩ (৯৭) ৰাণেৰে ৱাশ্চিংটন সুন্দৰক সুন্দৰ সহযোগিতা আগবঢ়ায়।

আনহাতে ৰোহিত শৰ্মা (৪৯)ৰ বাদে টীম ইণ্ডিয়াৰ শীৰ্ষ বেটিং ক্ৰমে বিশেষ প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে।

ইংলেণ্ডৰ হৈ বেন ষ্টকছে চাৰিটা, জেম এণ্ডাৰছনে তিনিটা আৰু জেক লীচে দুটাকৈ উইকেট হস্তগত কৰে।

১৬০ ৰাণত পাছ পৰি ৰোৱা ইংলেণ্ডে দ্বিতীয় ইনিংছ আৰম্ভ কৰিয়েই মুখামুখী হয় বেটিং বিপৰ্যয়ৰ।

ইনিংছৰ চতুৰ্থ অভাৰৰ চতুৰ্থ বলত অশ্বিনে অপেনাৰ জেক ক্ৰ’লী (৫)ক উভটাই পঠোৱাৰ পাছৰ বলটোতে জনী ব’ৰিষ্ট’ (০)কো পেভিলিয়নমুখী কৰে।

ডান ল’ৰেন্স (৫০) আৰু জ’ ৰুট (৩০)-ৰ বাদে আলহী দলটোৰ কোনো বেটছমেনে দীৰ্ঘ সময়ধৰি উইকেটত টিকি থাকিব নোৱাৰিলে।

প্ৰথম ইনিংছত অৰ্ধশতক অৰ্জন কৰা বেন ষ্ট’কছে মাত্ৰ ২ ৰাণতে আউট হয়।

আলহী দলটোৰ আটাইকেউটা উইকেট অক্ষৰ আৰু অশ্বিনে ভগাই লয়।

দুয়োৱে পাঁচ উইকেট লাভ কৰিবলৈ সক্ষম হয়।

অক্ষৰ-অশ্বিনৰ স্পীনৰ যাদুত মাত্ৰ ১৩৫ ৰাণতে ইংলেণ্ডৰ দ্বিতীয় ইনিংছ সমাপ্ত হয়।

যাৰ ফলত টীম ইণ্ডিয়াই এক ইনিংছ আৰু ২৫ ৰাণৰ ব্যৱধানত দুৰ্দান্ত বিজয়লাভ কৰে।

মেন অৱ দ্যা চিৰিজ হিচাপে বিবেচিত হয় ৰবীচন্দ্ৰন অশ্বিন।

শৃংখলাটোত বেটে বলে উজ্বলি উঠা অশ্বিনে সমগ্ৰ শৃংখলাটোত ৩২ টাকৈ উইকেট হস্তগত কৰিছে।

উল্লেখযোগ্য যে দুবাৰকৈ এটা শৃংখলাত ৩০ৰো অধিক উইকেট লাভ কৰা অশ্বিন প্ৰথমজন ভাৰতীয় বলাৰ।

ইয়াৰ পূৰ্বে ২০১৫ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হোৱা টেষ্ট শৃংখলাত অফ স্পীনাৰগৰাকীয়ে ৩১ টাকৈ উইকেট দখল কৰিছিল।

আনহাতে মেচখনত টীম ইণ্ডিয়াৰ হৈ শতকীয় ইনিংছেৰে নিৰ্ণায়ক ভূমিকা পালন কৰা ঋষভ পণ্টে লাভ কৰিছে মেন অৱ দ্যা মেচৰ সন্মান।

এই শৃংখলা বিজয়েৰে জুলাইত লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব লগা ৱৰ্ল্ড টেষ্ট চেম্পিয়নছশ্বিপ ফাইনেলৰ বাবেও টীম ইণ্ডিয়াই যোগ্যতা অৰ্জন কৰে।

এই প্ৰতিযোগিতাখনত বিৰাট কোহলী বাহিনীটোৱে সমুখীন হ’ব কেন উইলিয়ামছন নেতৃত্বাধীন নিউজিলেণ্ডৰ স’তে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd