• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

যুঁজ দিছে ইংলেণ্ডেঃ প’পৰ দৰ্শনীয় শতক, তৃতীয় দিনাৰ অন্তলৈ ১২৬ ৰাণৰ অগ্ৰগতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2024 6:46 pm
India vs England
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাময়িক ব্যৰ্থতা নেওচি হায়দৰাবাদত ভাৰতৰ বিৰুদ্ধে চলি থলা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত প্ৰত্যাহ্বান গঢ়ি তুলিছে ভ্ৰমণকাৰী ইংলেণ্ডে। দলৰ সহ-অধিনায়ক অ’লি প’পৰ দৰ্শনীয় শতকেৰে আজি তৃতীয় দিনাৰ অন্তলৈ ইংলেণ্ডে লাভ কৰিছে ১২৬ ৰাণৰ অগ্ৰগতি।

ভাৰতীয় বলিং আক্ৰমণক হেলাৰঙে প্ৰতিহত কৰি প’পে চমৎকাৰী বেটিঙেৰে ১৪৮ ৰাণৰ অপৰাজিত আছে। প’পৰ এই যুঁজাৰু ইনিংছৰ সহায়ত আজিৰ খেল সামৰণি পৰলৈকে দ্বিতীয় ইনিংছত ৬ উইকেটত ৩১৬ ৰাণ সংগ্ৰহ কৰিছে। ক্ৰীজত প’পৰ সৈতে অপৰাজিত আছে ৰেহান আহমেদ (১৬)।

Apply Now

ইফালে কালিৰ ৭ উইকেটত ৪২১ ৰাণৰ পৰা ইনিংছ আৰম্ভ কৰি ভাৰতে আজি আৰু মাত্ৰ ১৫ ৰাণ যোগ দি ৪৩৬ ৰাণত সকলো উইকেট হেৰুৱায়। কালিৰ দুই অপৰাজিত বেটাৰ জাদেজাই ৮৭ আৰু অক্ষৰ পেটেলে ৪৪ ৰাণৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ হৈ জ’ ৰুটে ৪ টা উইকেট দখল কৰে।

ভাৰতে প্ৰথম ইনিংছত ১৯০ ৰাণৰ অগ্ৰগতি লোৱাৰ পিছত ইংলেণ্ডে আজি প্ৰথমৰ পৰাই দলটোৰ স্বভাৱসিদ্ধ ‘বেজবল’ শৈলীৰে আৰম্ভণি কৰে দ্বিতীয় ইনিংছ। অপেনাৰ ক্ৰ’লী আৰু ডাকেটে প্ৰথম উইকেটত ৪৫ ৰাণৰ যুটী বন্ধাৰ পিছত ক্ৰলীক (৩১) বিদায় দিয়ে অশ্বিনে।

ইয়াৰ পিছতে ডাকেট আৰু প’পে আক্ৰমণাত্মক শৈলীৰে দলীয় স্ক’ৰ ১১৩ ৰাণলৈ আগবঢ়াই নিয়ে। অৱশ্যে বুমৰাহে ডাকেটক (৪৭) বিদায় দি এই যুটী ভংগ কৰে আৰু তাৰ পিছতে ভাৰতীয় বলিং আক্ৰমণে ঘূৰাই পায় ছন্দ। প্ৰাৰম্ভিক এই প্ৰদৰ্শনৰ পিছতে ইংলেণ্ডে ১৬৫ ৰাণত হেৰুৱায় ৫ টা উইকেট।

ব্যৰ্থ হয় ৰুট (২), বেয়াৰষ্ট্ৰ’ (১০) আৰু ষ্ট’কছ্ (৬)। কিন্তু মধ্যক্ৰমত হোৱা এই ব্যৰ্থতা নেওচি ইংলেণ্ডক মেচখনলৈ পুনৰ ঘূৰাই আনে প’প আৰু ফ’কছৰ যুটীয়ে। দুয়ো ষষ্ঠ উইকেটত ১১২ ৰাণ যোগ দি দলক এক প্ৰত্যাহ্বানজনক স্থিতিলৈ নিয়ে।

দলীয় স্ক’ৰ ২৭৫ত অক্ষয়ে ফ’কছক (৩৪) বিদায় দি ভাৰতীয় শিবিৰলৈ হাঁহি ঘূৰাই আনে। অৱশ্যে তাৰ মাজতে শতক সম্পূৰ্ণ কৰে প’পে। ফ’কছৰ বিদায়ৰ পিছত অৱশ্যে দলটোৰ বেটিং লাইন আপত কোনো হানি ঘটিবলৈ নিদি প’পে ৰেহানৰ সৈতে দিনটোৰ খেল অন্ত পেলায়।

দুয়ো এইপৰ্যন্ত সপ্তম উইকেটত ৪১ ৰাণৰ যুটী বান্ধিছে। দুটা দিনৰ খেল সম্পূৰ্ণ বাকী থকা অৱস্থাত ইংলেণ্ডে এইপৰ্যন্ত ১২৬ ৰাণৰ অগ্ৰগতি লৈছে। হাতত চাৰিটা উইকেট অক্ষত থকা অৱস্থাত দলটোৱে নিশ্চয় এক সুদৃঢ় স্থিতিত উপনীত হৈ ভাৰতৰ সমুখত প্ৰত্যাহ্বানজনল লক্ষ্য থিয় কৰাব বিচাৰিব।

দলটোৰ এতিয়ালৈকে পতন ঘটা ছয়টা উইকেটৰে বুমৰাহ, অশ্বিনে দুটাকৈ আৰু জাদেজা, অক্ষৰে এটাকৈ উইকেট লাভ কৰিছে। ভাৰতীয় দলৰ বিজয়ৰ ক্ষেত্ৰত কাইলৈ প্ৰথম ছেছনত দলৰ বলিং আক্ৰমণৰ প্ৰদৰ্শন হ’ব লক্ষণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd