• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা প্ৰথম টি-২০ মেচত ইংলেণ্ডৰ হাতত পৰাস্ত ভাৰত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2019 5:26 pm
Guwahati- T20 India batting

গুৱাহাটীৰ বৰ্ষাপাৰাত ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ প্ৰথমখন মেচৰ দৃশ্য। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দলটো ইংলেণ্ডৰ হাতত ৪১ ৰানৰ ব্যৱধানত পৰাস্ত হয়।

মেচখনত আলহী দল ইংলেণ্ডে প্ৰথমে বেট ধৰি বান্ধি দিয়া ১৬১ ৰানৰ লক্ষ্য পিছা কৰিবলৈ আহি ঘৰুৱা দল ভাৰতে নিৰ্ধাৰিত অভাৰত ছয়টা উইকেট হেৰুৱাই মাত্ৰ ১১৯ ৰানহে সংগ্ৰহ কৰে।

Apply Now

ভাৰতীয় মহিলা দলটোৰ অধিনায়ক তথা তাৰকা বেটছমেন স্মৃতি মান্ধানাৰ লগতে প্ৰায়বোৰ বেটছমেনেই ইংলেণ্ডৰ বলাৰৰ সন্মুখত অসহায় হৈ পৰা পৰিলক্ষিত হয়। প্ৰথম তিনি অভাৰতে ভাৰতে শীৰ্ষ পৰ্যায়ৰ তিনিগৰাকীকৈ বেটছমেনক হেৰুৱাই শলঠেকত পৰে।

ইয়াৰ পাছত বেডা কৃষ্ণমূৰ্তিয়ে ১৫, দীপ্তি শৰ্মাই ২২, অৰুন্ধতি ৰেড্ডীয়ে ১৮ আৰু শিখা পাণ্ডেয়ে ২৩ ৰানৰ যোগ দি দলটোক লজ্জাজনক পৰাজয়ৰ পৰা ৰক্ষা কৰে। ভাৰতৰ অপেনাৰদ্বয় স্মৃতি মান্ধানাই ২, হাৰ্লিন দেউলে ৮, ৰড্ৰিগেজে ২ আৰু মিঠালি ৰাজে ৭ ৰানৰ বৰঙনি আগবঢ়ায়।

আনহাতে ইংলেণ্ডৰ হৈ  কেথেৰিন ব্ৰুণ্ট, লিনচি স্মিথে ২টাকৈ আৰু শ্ৰুবচলে, ক্ৰুছে এটাকৈ উইকেট দখল কৰে।

ইফালে মেচখনত ইংলেণ্ডৰ বলাৰসকলৰ লগতে বেটছমেন সকলৰ প্ৰদৰ্শনো আছিল উল্লেখনীয়। ভাৰতীয় বলাৰৰ দুৰ্বলতাৰ সুযোগ লৈ আলহী দলটোৰ অপেনাৰদ্বয় ডেনিয়েলি ৱাইট আৰু টেম্মি বিয়’মন্টে দলটোক সুন্দৰ আৰম্ভণি দিয়ে। বিয়’মন্টে ৬২ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলাৰ বিপৰীতে ৱাইটে ৩৫ ৰান আৰু অধিনায়ক নাইটে শেষৰপিনে ৪০ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে।

ভাৰতৰ হৈ ৰাধা যাদবে ২টা, শিখা পাণ্ডে আৰু দীপ্তী শৰ্মাই এটাকৈ উইকেট লাভ কৰে।

উল্লেখ্য যে গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে মহিলা আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট শৃংখলাৰ তিনিখন মেচ অনুষ্ঠিত হ’ব। শৃংখলাটোৰ বাকী থকা মেচ দুখন অহা ৭ আৰু ৯ মাৰ্চত অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd