• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৯ অনুৰ্দ্ধৰ বিশ্ব কাপ: ভাৰতৰ লক্ষ্য ফাইনেল, ছেমিত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ প্ৰত্যাহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2020 10:25 am
1.jpg_1579605294_618x347 new
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰিবাৰৰ বিশ্ব চেম্পিয়ন ভাৰতীয় দলে ১৯ অনুৰ্দ্ধৰ বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন ছেমি ফাইনেলত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ সন্মুখীন হ’ব।

পাকিস্তানৰ লক্ষ্য তৃতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা আৰু ইয়াৰ বিপৰীতে ভাৰতে মুঠতে সপ্তমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰাৰ সুযোগ ল’বলৈ প্ৰস্তুত।

Apply Now

মঙলবাৰে দুপৰীয়া দক্ষিণ আফ্ৰিকাৰ পোটচেপষ্টুমত পাকিস্তানৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো।

বিশ্বকাপৰ ১৯ অনুৰ্দ্ধৰ এইখন আটাইতকৈ ৰোমাঞ্চকৰ মেচ হ’ব বুলি আশা কৰা হৈছে।

দুয়োটা দলেই ছেমি ফাইনেললৈ উপনীত হোৱাৰ সময়ত অপৰাজিত হৈ আছে। কোৱাৰ্টাৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক আৰু পাকিস্তানে আফগানিস্তানক পৰাজিত কৰিছে।

পাকিস্তানৰ অধিনায়ক ৰোহেল নজীৰে এই মেচখনক লৈ অধিক গুৰুত্ব দিবলৈ অস্বীকাৰ কৰিছে যদিও বাস্তৱত গোটেই প্ৰতিযোগিতাখনৰ আটাইতকৈ উত্তেজনাপূৰ্ণ আৰু চাপযুক্ত খেল হ’ব বুলি ধাৰণা কৰা হৈছে।

আজিৰ ছেমি ফাইনেলখনতে দুয়োটা দলৰ খেলুৱৈসকলৰ বাবে অগ্নি পৰীক্ষা হ’ব বুলি কোৱা হৈছে।

ইয়াত দুয়োটা দলৰ কোনো খেলুৱৈ নিশাটোৰ ভিতৰতে নায়ক আৰু কোনো খেলুৱৈ নিশাটোৰ ভিতৰতে খলনায়কত পৰিণত হ’ব পাৰে।

টীম ইণ্ডিয়াৰ ছিনিয়ৰ দলটোৰ দৰেই ভাৰতীয় জুনিয়ৰ দলটোৰ শক্তিও অতুলনীয়। যোৱা ছেপ্টেম্বৰত ভাৰতে পাকিস্তানক এছিয়া কাপত পৰাজিত কৰিছিল।

১৯ অনুৰ্দ্ধৰ বিশ্বকাপৰ যোৱা বাৰৰ চেম্পিয়ন ভাৰতে ২০১৮ৰ বিশ্বকাপত পাকিস্তানক ২০৩ ৰাণত পৰাজিত কৰিছিল।

প্ৰিয়ম গাৰ্গ নেতৃত্বাধীন ভাৰতীয় দলটোৱে এইবাৰো নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ সাজু হৈ আছে।

বিস্ফোৰক বেটছমেন যশস্বী জয়ছোৱাল ভাৰতীয় বেটিঙৰ কাণ্ডাৰী হিচাপে আছে আৰু তেওঁ টুৰ্নামেন্টখনৰ চাৰিখন মেচত তিনিটা অৰ্দ্ধশতক অৰ্জন কৰিছে।

ভাৰত-পাকিস্তানৰ যুদ্ধৰ দৰেই উত্তেজনাৰ সৃষ্টি কৰা দুয়োখন দেশৰ ক্ৰিকেট খেলৰ মুখামুখিয়ে স্বাভাৱিকতে ক্ৰিকেট অনুৰাগীসকলক উৎসাহিত কৰি ৰাখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd