• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম’টেৰাত অক্ষৰৰ স্পীন মেজিক; দুদিনতে পিংক বল টেষ্টত বিৰল বিজয় সাৱ্যস্ত কৰিলে ভাৰতে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2021 7:01 am
India beat England
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহমেদাবাদৰ ম’টেৰা টেষ্টত মাত্ৰ দুদিনতেই সামৰণি পৰিল স্নায়ু যুঁজৰ। বিশ্বৰ আটাইতকৈ বৃহৎ ষ্টেডিয়ামৰ ঘুৰ্ণী ট্ৰেকত ৰুট বাহিনীৰ বিৰুদ্ধে বিজয় সাৱ্যস্ত কৰিলে কোহলিৰ টীম ইণ্ডিয়াই।

ছিৰিজৰ তৃতীয়খন টেষ্টত ইংলেণ্ডক ১০ উইকেটত পৰাজিত কৰে ভাৰতে। বৃহস্পতিবাৰে মাত্ৰ ৮১ৰাণতে ইংলেণ্ডৰ দ্বিতীয় ইনিংছৰ সমাপ্তি ঘটে।

Apply Now

ভাৰতৰ হৈ অক্ষৰ পেটেলে পুনৰ স্পীনৰ যাদুৰে বশ কৰে ইংলেণ্ডৰ বেটছমেনক। দ্বিতীয় ইনিংছত অক্ষৰে মাত্ৰ ৩২ ৰাণৰ বিনিময়ত দখল কৰে ৫টা উইকেট।

দ্বিতীয় ইনিংছত অধিনায়ক কোহলিয়ে অক্ষৰক দিয়েই বলিং অপেনিং কৰে। অধিনায়কৰ আস্থাৰ সম্পূৰ্ণ মৰ্যাদা ৰাখি স্থানীয় খেলুৱৈগৰাকীয়ে প্ৰথম দুটা বলতেই দুটা উইকেট লয়। অৱশ্যে, হেটট্ৰিকৰ সুযোগ তেওঁ ল’ব নোৱাৰিলে।

ইংলেণ্ডৰ হৈ বেন ষ্টোকছে ২৫, জো ৰুটে ১৯ আৰু অ’লি পপে ১২ৰাণ কৰি কিছু প্ৰতিৰোধৰ চেষ্টা চলাইছিল যদিও শেষ ৰক্ষা কৰিব নোৱাৰিলে।

আনহাতে, ৰবিচন্দ্ৰন অশ্বিনে ৪টা উইকেট দখল কৰে। তদুপৰি, তেওঁ টেষ্ট ক্ৰিকেটত দ্ৰুততম ৪০০উইকেট দখল কৰাৰ তালিকা দ্বিতীয় গৰাকী বলাৰ হিচাপে অভিলেখ গঢ়ে। এইক্ষেত্ৰত প্ৰথম স্থানত আছে শ্ৰীলংকাৰ মুথাইয়া মুৰলীথৰন।

ভাৰতৰ সন্মুখত বান্ধি দিয়া ৪৯ৰাণৰ লক্ষ্য অতিক্ৰম কৰোতে বৰ বেছি সময় লোৱা নাই ভাৰতীয় বেটছমেনসকলে।

আনহাতে, দ্বিতীয় দিনা হাতত বল লৈ ইংলেণ্ডৰ অধিনায়ক জো ৰুটেও চমৎকাৰ দেখুৱায়। অনিয়মীয়া বলাৰ হিচাপে ৰুটে ৬ অভাৰ বলিং কৰি মাত্ৰ ৮ৰাণৰ বিনিময়ত ৫টা উইকেট দখল কৰে।

ভাৰতীয় বেটছমেনসকলৰ ভিতৰত ৰোহিত শৰ্মাই লৰ্বোচ্চ ৬৬ৰাণ কৰে। ভাৰতৰ প্ৰথম ইনিংছ ১৪৫ ৰাণতে সামৰণি পৰে।

এই জয়ৰ জৰিয়তে টীম ইণ্ডিয়াই চাৰিখনীয়া টেষ্টৰ ছিৰিজটোত ২-১ ব্যৱধানত আগবাঢ়ি ৰ’ল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd