• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতীয় মহিলা হকী দলৰ ২০ লাখ টকা সংগ্ৰহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 5, 2020 2:05 pm

1 min read

Hockey

ভাৰতীয় মহিলা হকী দল

595
VIEWS
Share on FacebookShare on Twitter

মহামাৰী ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতীয় মহিলা হকী দলটোৱে ২০ লাখ টকাৰ অৰ্থৰাশি সংগ্ৰহ কৰিছে। দলটোৱে সংগ্ৰহ কৰা এই ধনৰাশিৰ জৰিয়তে দেশৰ প্ৰায় ১০০০ পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰিব পাৰিব।

যোৱা ১৭ এপ্ৰিলৰ পৰা ৩ মে’লৈ চলা এই ফিটনেছ চেলেঞ্জৰ জৰিয়তে উক্ত ধনৰাশি সংগ্ৰহ কৰে মহিলা হকী দলটোৱে।

দেওবাৰে সামৰণি পৰা এই ফিটনেছ চেলেঞ্জত হকী দলটোৱে মুঠ ২০,০১,১৩০ টকা সংগ্ৰহ কৰে। এই ধনৰাশি দিল্লীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন উদয় ফাউণ্ডেশ্যনক দিয়া হৈছে।

জানিব পৰা মতে, ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত চলা লকডাউনৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা প্ৰৱাসী শ্ৰমিকক সহায় কৰাৰ উদ্দেশ্যে মহিলা হকী দলটোৱে এই কাৰ্যসূচী গ্ৰহণ কৰিছিল।

ভাৰতীয় মহিলা হকী দলৰ অধিনায়িকা ৰাণী ৰামপালে কয়, ‍‘এই প্ৰচেষ্টাত যেণেধৰণৰ সঁহাৰি লাভ কৰিছো। সেয়া দেখি আমি অভিভূত। জনসাধাৰণে, বিশেষকৈ বিশ্বজুৰি ভাৰতীয় হকী দলটোক ভাল পোৱা সকলে এই ফিটনেছ চেলেঞ্জত ভাগ লয় আৰু এই প্ৰচেষ্টাত আৰ্থিক সহায় আগবঢ়ায়’।

ইয়াৰ উফৰি তেওঁ লগতে কয়, ‍‘দুখীয়া লোকসকলৰ সহায়ৰ বাবে কৰা এই প্ৰচেষ্টাত সঁহাৰি জনোৱা সকলো লোককে ভাৰতীয় হকী দলৰ হৈ মই ধন্যবাদ জনাইছো’।

আনহাতে হকী দলটোৰ উপ-অধিনায়ক তথা গলকীপাৰ সবিতা পুনিয়াই কয়, ‍‘এই বিষয়ে আমি মুখ্য প্ৰশিক্ষকৰ লগত আলোচনা কৰিছিলো। আমি ভবা নিছিলো যে সাধাৰণ জনতাৰ ৰা ইমান সঁহাৰি পাম’।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd