DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

ভাৰতৰ আগত শোচনীয় পৰাজয় শ্ৰীলংকাৰ! অষ্টম বাৰৰ বাবে এছিয়া কাপ জয় কৰিলে ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2023 8:05 pm
4.6k
VIEWS
Share on FacebookShare on Twitter

এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকাক শোচনীয়ভাবে পৰাস্ত কৰি অষ্টমবাৰলৈ এছিয়া কাপৰ ট্ৰফী কঢ়িয়াই আনিলে ভাৰতে। 

ভাৰতীয় বলাৰৰ চমৎকাৰী প্ৰদৰ্শনে ধৰাশায়ী কৰে টীম শ্ৰীলংকাক। ১০ উইকেটত শ্ৰীলংকাক পৰাস্ত কৰি খিতাপ দখল কৰে ভাৰতে।

ভাৰতীয় বলাৰৰ দুৰ্দান্ত আক্ৰমণত ১৫.২ অভাৰত মাত্ৰ ৫০ ৰাণ কৰি ইনিংছ সামৰিছিল শ্ৰীলংকাই। তাৰপাছত এটা উইকেট নেহেৰুৱাকৈ ৫১ ৰাণ সংগ্ৰহ কৰে ভাৰতীয় দলটোৱে।

৬.১ অভাৰতে বিজয় লাভ কৰে ভাৰতীয় ক্ৰিকেট দলটোৱে। ভাৰতৰ হৈ শুভমান গিলে ২৭ ঈশান কিষাণে ২৩ ৰাণ সংগ্ৰহ কৰে। 

উল্লেখ্য যে আজি ভাৰতৰ হৈ ৬ টা উইকেট দখল কৰে মহম্মদ চিৰাজে। আনহাতে হাৰ্দিক পাণ্ডিয়াই দখল কৰে ৩টাকে উইকেট। 

খেলখনত একেটা অভাৰতে ৪ টা উইকেট সংগ্ৰহ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে মহম্মদ চিৰাজে। 

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত একেটা অভাৰতে চাৰিটা উইকেট সংগ্ৰহ কৰা মহম্মদ চিৰাজেই হৈছে প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ।

Recent News

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd