• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সেনা অভিযানত শ্বহীদ ‘ফেণ্টম’, নিহত আখনুৰত সেনাৰ এম্বুলেন্সত আক্ৰমণ চলোৱা ৩ উগ্ৰপন্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2024 2:10 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উপত্যকাটোত যেন অশান্তি বন্ধ হ’বই নিবিচাৰে। মঙলবাৰে জম্মু-কাশ্মীৰৰ আখনুৰত তালাচী অভিযানৰ দ্বিতীয় দিনা আৰু এজন উগ্ৰপন্থী নিহত হয়। অৱশ্যে উগ্ৰপন্থী বিৰোধী অভিযানত গুলীত মৃত্যু হৈছে ভাৰতীয় সেনাৰ কুকুৰ ফেণ্টম। আখনুৰত অভিযান চলোৱা সেনাৰ দলটোৰ অংশ আছিল ফেণ্টম। তাক উগ্ৰপন্থী বিৰোধী অভিযানৰ বিশেষ প্ৰশিক্ষণ দিয়া হৈছিল।

সোমবাৰে পুৱা আখনুৰত সেনাৰ এম্বুলেন্সত আক্ৰমণ চলাইছিল উগ্ৰপন্থীয়ে। আক্ৰমণৰ পিছতে আৰম্ভ হয় উগ্ৰপন্থী বিৰোধী অভিযান। সোমবাৰে সন্ধিয়া বিশেষ সেনা  বাহিনীৰ জোৱান আৰু এন এছ জিৰ কমাণ্ডোৰ যৌথ অভিযানত এজন উগ্ৰপন্থী নিহত হয়। মঙলবাৰে পুৱা আৰু দুজন উগ্ৰপন্থীৰ মৃত্যুৰ খবৰ পোৱা গৈছে। সেনাৰ তৰফৰ পৰা জনাইছে যে সেনাই লুকাই থকা ৩ জন উগ্ৰপন্থীৰ আটাইকেইজনে নিহত হৈছে।

লগতে পঢ়কঃ ‘সন্ত্ৰাসবাদ’ত দোষী সাব্যস্ত ইৰাণী-জাৰ্মান নাগৰিক জামছিদৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে তেহৰাণে

Apply Now

অভিযানৰ সময়তে নিৰাপত্তা বাহিনীয়ে আখনুৰৰ জোগায়ান গাঁৱত উগ্ৰপন্থীক আত্মগোপন কৰাৰ তথ্য লাভ কৰিছিল। গোপন সূত্ৰৰ পৰা তথ্য পোৱাৰ লগে লগে অঞ্চলটোত তালাচী অভিযান বৃদ্ধি কৰা হয়। ইফালে অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ উপস্থিতি অনুভৱ কৰি লুকাই থকা উগ্ৰপন্থীয়ে নিৰ্বিচাৰ গুলীচালনা আৰম্ভ কৰে আৰু নিৰাপত্তা বাহিনীয়েও প্ৰত্যুত্তৰ দিয়ে।

জানিব পৰা মতে, দীঘলীয়া ২৭ ঘণ্টাৰ অন্তত মঙলবাৰে পুৱা তালাচী অভিযানৰ অন্ত পৰে। সেনাৰ সূত্ৰ অনুসৰি মঙলবাৰে পুৱা প্ৰায় ৭ বজাত আত্মগোপন কৰি থকা উগ্ৰপন্থীৰ ওপৰত আক্ৰমণ চলোৱা হয়। পুনৰ আৰম্ভ হয় সংঘৰ্ষ।

লগতে পঢ়কঃ গোটেই অক্টোবৰজুৰি দেশবাসীয়ে গুগলত কি আটাইতকৈ বেছি চাৰ্চ কৰিছে জানেনে? চাওক তথ্য

সেনাৰ সূত্ৰ অনুসৰি, উগ্ৰপন্থীৰ ওপৰত গুলীচালনা কৰাৰ সময়ত ফেণ্টমে অভিযানৰ একেবাৰে সন্মুখৰ লাইনত আছিল। হঠাৎ উগ্ৰপন্থীৰ গুলীয়ে ফেণ্টমৰ শৰীৰত আঘাত কৰে। গুলীবিদ্ধ হৈ মৃত্যু হয় চাৰি বছৰীয়া কুকুৰটোৰ। এই বেলজিয়াম মেলিনয় প্ৰজাতিৰ কুকুৰটো আছিল বহু সন্ত্ৰাসবাদ বিৰোধী অভিযানত সেনাৰ সংগী। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd