• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পূব লাডাখত নিজৰ স্থিতি ধৰি ৰাখিবলৈ সম্পুৰ্ণ ৰূপে সাজু ভাৰতীয় সেনা বাহিনী : নাৰাভানে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 13, 2021 11:12 am

1 min read

পূব লাডাখত নিজৰ স্থিতি ধৰি ৰাখিবলৈ সম্পুৰ্ণ ৰূপে সাজু ভাৰতীয় সেনা বাহিনী : নাৰাভানে
128
VIEWS
Share on FacebookShare on Twitter

পূব লাডাখত ভাৰতীয় সেনা বাহিনীয়ে নিজৰ অধিকাৰ আৰু স্থিতি ধৰি ৰাখিবলৈ সম্পুৰ্ণ সাজু বুলি মন্তব্য প্ৰকাশ কৰিছে স্থল সেনা প্ৰধান এম এম নাৰাভানে।

মঙলবাৰে ভাৰত আৰু চীনৰ মাজত পূব লাডাখত চলি থকা উত্তেজনাময় পৰিস্থিতি কেতিয়া সাম কাটিব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত এইদৰে মত প্ৰকাশ কৰে নাৰাভানে।

‘‘আমি এনে এক সমাধানত উপনীত হ’ব লাগিব য’ত আমাৰ সৰ্বভৌমত্ত আৰু অস্তিত্ব সুৰক্ষিত হৈ থাকিব আৰু ই গ্ৰহণযোগ্য হ’ব লাগিব……ভাৰতীয় সেনা বাহিনী ইয়াৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰি পদক্ষেপৰ বাবে সদায় সাজু,’’ নৰাভানে লগতে কয়।

মঙলবাৰে ভাৰতীয় স্থল সেনা প্ৰধান গৰাকীয়ে চীন আৰু পাকিস্তানে যুটীয়াভাৱে ভাৰতৰ ওপৰত আক্ৰমণ কৰাৰ পৰিকল্পনা সম্পৰ্কতো মত ব্যক্ত কৰি ভাৰতে এনেধৰণৰ ভবিষ্যতৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সাজু বুলি উল্লেখ কৰে।

বিগত বছৰটো সীমান্তত যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আছিল বুলি নাৰাভানে উল্লেখ কৰি সীমান্তত দেশৰ সুৰক্ষাৰ বাবে আত্মবিসৰ্জন দিয়া বীৰ শ্বহীদকো স্মৰণ কৰে।

Recent News

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd