DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতৰ সফল টেষ্ট অধিনায়ক হোৱাৰ পাছতে বেটিঙত শীৰ্ষস্থান হেৰুৱালে বিৰাট কোহলীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2019 4:29 pm
Virat Kohli

বিৰাট কোহলী। উৎস-ইণ্টাৰনেট

8.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ আটাইতকৈ সফল টেষ্ট অধিনায়ক হিচাপে মহেন্দ্ৰ সিং ধোনীৰ নামত থকা অভিলেখ ভংগ কৰি বিৰাট কোহলীয়ে ভাৰত সফল টেষ্ট অধিনায়কৰ আসন দখল কৰাৰ পাছত আই চি চিৰ শেহতীয়া টেষ্ট বেটছমেনৰ ৰেংকিঙত হেৰুৱাইছে শীৰ্ষস্থান।

আই চি চিয়ে ঘোষণা কৰা নতুন ৰেংকিং অনুসৰি অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন ষ্টিভ স্মিথে বিৰাট কোহলীক অতিক্ৰম কৰি টেষ্ট ৰেংকিঙৰ প্রথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।

চলিত এছেজ শৃংখলাত দাঙি ধৰা দুৰ্দান্ত প্ৰদৰ্শনৰ বলতে স্মিথে শীৰ্ষস্থান দখল কৰে। আনহাতে, সদ্যসমাপ্ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বিৰাট কোহলীয়ে ভাল প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছিল।

আনহাতে, টেষ্ট বলাৰৰ তালিকাত ভাৰতৰ ভয়াবহ বেগী বলাৰ জাচপ্ৰীত বুমৰাহে কেৰিয়াৰৰ সৰ্বোচ্চ তৃতীয় স্থানত উপনীত হৈছে।

অষ্ট্ৰেলিয়াৰ বেগী বলাৰ পেট কামিনছ আৰু দক্ষিণ আফ্ৰিকাৰ কাগিছে ৰাবাডাই ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানত আছে।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাত হেট্ৰিক সহ চমৎকাৰ বলিঙৰ বাবেই বুমৰাহৰ টেষ্ট ৰেংকিঙত উত্তোৰণ ঘটিছে।

Recent News

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

ৰাছিয়াই উৰুৱাই দিলে ইউক্ৰেইনৰ বান্ধ, বানে বুৰাই পেলালে কেইবাখনো গাঁও

ৰাছিয়াই উৰুৱাই দিলে ইউক্ৰেইনৰ বান্ধ, বানে বুৰাই পেলালে কেইবাখনো গাঁও

 মহানগৰত ১৪ বছৰেও সম্পূৰ্ণ নহ’ল পানী যোগান প্ৰকল্প

 মহানগৰত ১৪ বছৰেও সম্পূৰ্ণ নহ’ল পানী যোগান প্ৰকল্প

ড্ৰাগছৰ ভয়ানক কবলত ভূস্বৰ্গ কাশ্মীৰ : পাকিস্তানৰ পৰা আহে ড্ৰাগছ!

ড্ৰাগছৰ ভয়ানক কবলত ভূস্বৰ্গ কাশ্মীৰ : পাকিস্তানৰ পৰা আহে ড্ৰাগছ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd