• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ৰিকেট বিশ্বক স্তম্ভিত কৰি টী-২০ত ইতিহাস ৰচিলে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2019 2:53 pm
Gowtham-Krishnappa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টী-২০ ক্ৰিকেটত ইতিহাস ৰচিলে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে। কৰ্ণাটকৰ ৩০ বছৰীয়া কৃষ্ণায়া গৌতমে বেট আৰু বলেৰে চমৎকাৰ প্ৰদৰ্শন আগবঢ়াই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অলৰাউণ্ডাৰ গৰাকীয়ে টী-২০ ক্ৰিকেটৰ ইতিহাসত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

Apply Now

শুকুৰবাৰে নিশা বেংগলুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত কৰ্ণাটক প্ৰিমিয়াৰ লীগ (কে পি এল)ৰ এখন খেলত এই ‘বিস্ফোৰণ’ ঘটায়।

অৱশ্যে, গৌতমে কোনো অভিলেখ  ভংগ কৰা নাই, কিয়নো ৰাজ্যৰ টী-২০ লীগখনক আনুষ্ঠানিক টী-২০ৰ স্বীকৃতি দিয়া হোৱা নাই। কে পি এলৰ প্ৰতিযোগিতাখনক ‘অন্য টী-২০’ খেল হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।

আই পি এলত ৰাজস্থান ৰয়েলছ টীমৰ হৈ খেলা কৃষ্ণায়া গৌতমে বেল্লাৰী টাস্কৰ্ছৰ হৈ খেলি শিৱমোগা লায়নছৰ বিৰুদ্ধে ৫৬ টা বলত অপৰাজিত ১৩৪ ৰাণ কৰে।

ইয়াৰ পাছত তেওঁৰ অফস্পীন বলিঙেৰে নিৰ্দিষ্ট ৪ অ’ভাৰত ১৫ ৰাণ দি ৮টা উইকেট দখল কৰে। তেওঁৰ দলটোৱে ৭০ ৰাণত বৃহৎ বিজয়ো সাৱ্যস্ত কৰে।

আনুষ্ঠানিকভাৱে গৌতমে টী-২০ৰ কোনো অভিলেখ ভংগ কৰা নাই যদিও তেওঁ কে পি এলৰ কেইবাটাও অভিলেখ ভংগ কৰে।

তেওঁৰ অপৰাজিত ১৩৪ ৰাণৰ ইনিংছটো কে পি এলৰ সৰ্বোচ্চ ব্যক্তিগত স্কোৰ। তেওঁ মাত্ৰ ৩৯ টা বলত শতৰাণ সম্পূৰ্ণ কৰে। এইটো কে পি এলৰ আটাইতকৈ দ্ৰুত শতৰাণ।

তদুপৰি, তেওঁ কেপিএলৰ এটা ইনিংছত সৰ্বাধিক ছিক্সাৰ কোবোৱাৰ অভিলেখো গঢ়ে। তেওঁ মুছতে ১৩ টা ছিক্সাৰ কোবায়।

একেখন মেচতে গৌতমে ৮টা উইকেটো দখল কৰে য’ত এটা হেট্ৰিকো আছে। ৪ অ’ভাৰত মাত্ৰ ১৫ ৰাণ দি ৮টা উইকেট দখলেৰে সৰ্বশ্ৰেষ্ঠ বলিঙৰ অভিলেখ গঠা গৌতমে মেচখনত দুটা ক্যাচো ধৰে।

অষ্ট্ৰেলিয়াৰ প্ৰসিদ্ধ বেটছমেন ডীন জোন্সে টুইটত লিখিছে :

‘’মই এতিয়া দেখিলো গৌতমে ১৩টা ছিক্সাৰেৰে অপৰাজিত ১৩৪ ৰাণ আৰু ১৫ ৰাণ দি ৮টা উইকেট দখল কৰিছে… টী-২০ৰ ইতিহাসত সৰ্বশ্ৰেষ্ঠ বলিং বিশ্লেষণ! #মেচৰ শ্ৰেষ্ঠতম খেলুৱৈ।‘’

খেলখনৰ শেষত গৌতমে কৈছে,’’মোৰ লগা নাছিল… এই আশা আছিল, সেই সকলোকে ধন্যবাদ যিসকলে আমাক সংগ দিয়াৰ লগতে আমাক সমৰ্থন কৰিছে।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd