DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চলিত বৰ্ষত ঋণাত্মক দিশত ১০.৩০ শতাংশলৈ সংকুচিত হ’ব ভাৰতীয় অৰ্থনীতি; আই এম এফৰ আশংকা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2020 2:19 pm
চলিত বৰ্ষত ঋণাত্মক দিশত ১০.৩০ শতাংশলৈ সংকুচিত হ’ব ভাৰতীয় অৰ্থনীতি; আই এম এফৰ আশংকা
19.3k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ অৰ্থনীতিটো ক’ৰ’না মহামাৰীৰ স্পষ্ট প্ৰভাৱ পৰিলক্ষিত হৈছে।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি চমুকৈ আই এম এফৰ মতে ২০২০ বৰ্ষত ভাৰতীয় অৰ্থনীতি ঋণাত্মক দিশত ১০.৩০ শতাংশলৈ সংকুচিত হ’ব।

অৰ্থাৎ ২০২০ বৰ্ষত ভাৰতীয় অৰ্থনীতিৰ কোনোধৰণৰ উত্থান নঘটে বৰঞ্চ স্খলন হে ঘটিব।

ভাৰতৰ লগতে বিশ্ব অৰ্থনীতিয়ো ২০২০ বৰ্ষত ঋণাত্মক দিশত ৪.৪ শতাংশ সংকুটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আই এম এফে।

আনহাতে, ২০২১ চনত ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধি ৮.৮ শতাংশ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

আই এম এফৰ অৰ্থনীতি বিদ গীতা গোপীনাথনে চীনক বাদ দি বিশ্বৰ প্ৰায়বোৰ দেশৰে অৰ্থনৈতিক বৃদ্ধিৰ হাৰ হ্ৰাস পাব বুলি আশংকা ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ সংকটৰ সময়ত ভাৰতত ঘোষণা কৰা ল’কডাউনৰ বাবেই সকলো ধৰণৰ অৰ্থনীতিক কাম-কাজ স্থবিৰ হৈ পৰাৰ ফলশ্ৰুতিত ভাৰতত অৰ্থনৈতিক উন্নয়ন স্থবিৰ হৈ পৰিছে।

ক’ৰ’না মহামাৰীৰ সমাপ্তিৰ পাছত ক্ৰমাৎ ভাৰতীয় অৰ্থনীতিয়ে সুস্থিৰতা লাভ কৰিব বুলিও গৱেষক সকলে আশা ব্যক্ত কৰিছে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd