• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাত মৃত্যুমুখী কৰ’না ৰোগীৰ হাঁওফাঁও প্ৰতিষ্ঠাপন কৰিলে ভাৰতীয় মূলৰ চিকিৎসকে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2020 1:59 pm
a467ehmg_indianorigin-doctor-ankit-bharat-650_625x300_11_June_20 new

আমেৰিকাত ভাৰতীয় মূলৰ চিকিৎসক ডাঃ অংকিত ভাৰত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় বংশোদ্ভৱ এগৰাকী চিকিৎসকে আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’না আক্ৰান্ত এগৰাকী যুৱতীৰ শৰীৰত সফলতাৰে হাঁওফাঁও প্ৰতিষ্ঠাপন কৰি বিৰল দৃষ্টান্ত গঢ়িছে।

কৰ’নাৰ সংক্ৰমণৰ ফলত যুৱতীগৰাকীৰ হাঁওফাঁও ইমান বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে যে তাৎক্ষণিকভাৱে প্ৰতিষ্ঠাপন নকৰিলে যুৱতীগৰাকীৰ প্ৰাণ বচোৱা কঠিন আছিল।

Apply Now

এনে এক পৰিস্থিতিত ভাৰতীয় বংশোদ্ভৱ চিকিৎসক ডাঃ অংকিত ভাৰতৰ নেতৃত্বত এদল চিকিৎসকে সফলতাৰে যুৱতীগৰাকীৰ দেহত হাঁওফাঁও প্ৰতিষ্ঠাপন কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকিৎসাবিজ্ঞানৰ ইতিহাসত এয়া আছিল অভূতপূৰ্ব অস্ত্ৰোপচাৰ।

ছিকাগোৰ প্ৰায় কুৰি বছৰীয়া এগৰাকী যুৱতী কৰ’না আক্ৰান্ত হোৱাৰ ফলত তেওঁৰ  হাঁওফাঁওৰ অৱস্থা প্ৰায় বিধ্বস্ত হৈ পৰিছিল।

যুৱতীগৰাকীক কৃত্ৰিম যন্ত্ৰৰ সহায়ত হাঁওফাঁওৰ কাৰ্যকলাপ অব্যাহত ৰখা হৈছিল।

অৱশেষত ছিকাগো নৰ্থ ৱেষ্টাৰ্ণ লাঙ্ ট্ৰেন্সপ্লেন্ট প্ৰগ্ৰামৰ থোৰাছিক ছাৰ্জাৰী এণ্ড ছাৰ্জিকেল ডাইৰেক্টৰ ডাঃ অংকিত ভাৰতে যুৱতীগৰাকীলৈ জীৱনলৈ প্ৰাণস্পন্দন কঢ়িয়াই আনে।

ডাঃ অংকিতৰ মতে এতিয়ালৈকে কৰা ট্ৰেন্সপ্লেন্টসমূহৰ ভিতৰত এইটো কঠিনতম আছিল।

জানিব পৰা মতে, যোৱা শুকুৰবাৰেই এই অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয় যদিও এতিয়াহে খৱৰটো পোহৰলৈ আহিছে।

ডাঃ অংকিতৰ মতে কৰ’না সংক্ৰমণৰ ফলত যিসকলৰ হাঁওফাঁও অত্যন্ত ক্ষতিগ্ৰস্ত হৈ পৰে তেওঁলোকক ট্ৰেন্সপ্লেন্ট অবিহনে বচোৱাটো কঠিন।

বাতৰি অনুসৰি, যুৱতীগৰাকীৰ দেহত নতুনকৈ বেক্টেৰিয়া সংক্ৰমণৰ সমস্যা বৃদ্ধি পাইছিল। সেয়েহে তেওঁক বচাবলৈ প্ৰতিষ্ঠাপনৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

‘ব্ৰেইন ডেড’ৰোগীৰ হাঁওফাঁও পোৱাৰ পাছত অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।

আমেৰিকাত এয়া প্ৰথম যদিও অষ্ট্ৰিয়াত অলপতে চিকিৎসকৰ এটা দলে এগৰাকী মহিলাৰ দেহত সফলতাৰে হাঁওফাঁও প্ৰতিষ্ঠাপন কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

September 4, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd