DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমেৰিকাত কৰ’নাত দুগৰাকী ভাৰতীয় চিকিৎসকৰ মৃত্যু; সম্পৰ্কত দুয়ো আছিল পিতৃ-কন্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2020 8:55 am
Capture-1

আমেৰিকাত কৰ'নাত মৃত চিকিৎসক পিতৃ-কন্যা সত্যেন্দৰ খান্না আৰু প্ৰিয়া খান্না। ফটো সৌজন্য: টুইটাৰ

4.9k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’না আক্ৰান্ত হৈ মৃত্যু হ’ল ভাৰতীয় বংশোদ্ভৱ দুগৰাকী চিকিৎসকৰ। সম্পৰ্কত দুয়ো আছিল পিতৃ-কন্যা।

আমেৰিকাৰ নিউ জাৰ্ছিত চিকিৎসক দুগৰাকীৰ মৃত্যু হয়।

কৰ’না আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা আগবঢ়াই থকাৰ সময়তে তেওঁলোকো কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছিল।

নিউ জাৰ্ছিৰ গৱৰ্ণৰ ফিল মাৰফিয়ে জনসেৱাৰ বাবে জীৱন উৎসৰ্গা কৰা চিকিৎসক দুগৰাকীৰ প্ৰশংসা কৰি টুইট কৰিছে।

তেওঁ লিখিছে: ‘’পিতৃ-কন্যাৰ এই মৃত্যু বেদনাদায়ক। আমাৰ বাবে শোক প্ৰকাশৰ কোনো ভাষা নাই।‘’

Dr. Satyender Dev Khanna and Dr. Priya Khanna were father and daughter. They both dedicated their lives to helping others. This is a family dedicated to health and medicine. Our words cannot amply express our condolences. pic.twitter.com/aLGCZETrWT

— Governor Phil Murphy (@GovMurphy) May 7, 2020

বাতৰি অনুসৰি, কৰ’নাত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা  ৭৮ বৰ্ষীয় সত্যেন্দৰ দেব খান্না আছিল এগৰাকী শল্য চিকিৎসক।

কেইবা দশক ধৰি খান্নাই নিউ জাৰ্ছিৰ বিভিন্ন হাস্পাতলত কাম কৰি আহিছিল। তেওঁ য়ুনিয়ন হাস্পাতলৰ সৈতেও জড়িত আছিল।

আনহাতে, তেওঁৰ কন্যা প্ৰিয়া খান্না (৪৩)ইন্টাৰনেল মেডিচিন তথা নেফ্ৰ’লজিৰ বিশেষজ্ঞ আছিল।

প্ৰিয়া খান্নাইও নিউ জাৰ্ছিতে পঢ়াশুনা সমাপ্ত কৰি চিকিৎসা সেৱাত ব্ৰতী হৈছিল।

সত্যেন্দৰ খান্না এগৰাকী আগশাৰীৰ চিকিৎসক থকাৰ উপৰি নিউ জাৰ্ছিত তেওঁৱেই প্ৰথম লেপাৰ’স্কপিক ছাৰ্জাৰী আৰম্ভ কৰিছিল।

জানিব পৰা মতে, চিকিৎসকগৰাকীৰ আৰু দুগৰাকী কন্যা সন্তান আছে আৰু তেওঁলোকো চিকিৎসক।

তেওঁলোকৰ এগৰাকী শিশু বিশেষজ্ঞ আৰু আন গৰাকী ইমাৰ্জেন্সী মেডিচিনৰ চিকিৎসক।

আমেৰিকাত নিউয়ৰ্কৰ দৰে নিউ জাৰ্ছিকো কৰ’নাৰ হটস্পট হিচাপে চিনাক্ত কৰা হৈছে।

Tags: COVID-19

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd