• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না সংকটৰ মাজতে WHOফাউণ্ডেশ্যনৰ চিইঅ’ পদত ভাৰতীয় মূলৰ ব্যক্তি অনিল ছোনী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2020 12:34 pm
WhatsApp Image 2020-12-08 at 11.24.37 AM

অনিল ছোনী।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না পৰিস্থিতিৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ ভূমিকাক লৈ বহু প্ৰশ্নৰ অৱতাৰণা হৈছিল। তাৰমাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগী সংস্থা হিচাপে ভূমুকি মাৰিছিল WHOফাউণ্ডেশ্যনে।

এই সংস্থাৰে মুখ্য কাৰ্যবাহী বিষয়া অৰ্থাৎ চিইঅ’ পদত অধিষ্ঠিত হ’ল ভাৰতীয় বংশোদ্ভৱ ব্যক্তি অনিল ছোনী।

Apply Now

কৰ’না সংকটত WHOক সহযোগ কৰাৰ বাবেই WHO ফাউণ্ডেশ্যনৰ জন্ম হৈছিল। ইয়াৰ সদৰ কাৰ্যালয়ো জেনেভাতেই। বিত্তীয় অনুদানৰ ক্ষেত্ৰত এই সংস্থাটোৱে বিশ্ব স্বাস্থ্য সংস্থাক সাহায্য কৰিব।

বিশ্বৰ বিভিন্ন প্ৰান্তত থকা যিবোৰ সংস্থাই স্বাস্থ্য সেৱা আগবঢ়োৱাৰ দিশত বিশ্ব স্বাস্থ্য সংস্থাক সহায় কৰিব পাৰে, তেনে সংস্থাসমূহক বিচাৰি উলিওৱাত সহায় কৰাটোৱেই হৈছে ইয়াৰ কাম।

বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ জৰিয়তেই বিভিন্ন সৰু সৰু সংস্থাসমূহলৈ অনুদান প্ৰেৰণ কৰিব। সেয়েহে, কৰ’নাৰ পৰিস্থিতিৰ এই সময়ত ইয়াৰ গুৰুত্ব বহু বৃদ্ধি পাইছে।

উক্ত সংস্থাৰে প্ৰথম গৰাকী চিইঅ’ নিযুক্ত হৈছে এগৰাকী ভাৰতীয় বংশোদ্ভূত ব্যক্তি। অনিল ছোনী নামৰ এই স্বাস্থ্য বিশেষজ্ঞ গৰাকীয়ে সংক্ৰমক ৰোগক লৈ কাম কৰা ভায়াট্ৰিছ নামৰ সংস্থা এটাৰ পৰা WHO ফাউণ্ডেশ্যনত যোগ দিছিল।

WHO ফাউণ্ডেশ্যনৰ দায়িত্ব লৈ তেওঁ কৈছিল, ‘’কৰ’নাৰ বিৰুদ্ধে কেইবামাহো ধৰি ধৰি যুঁজৰ পাছত আশা ৰেঙণি দেখা গৈছে। অৱশ্যে, ভেকচিন প্ৰস্তুতত অধিক গুৰুত্ব দিবলৈ গৈ আন বহু ক্ষেত্ৰত বিনিয়োগৰ পৰিমান হ্ৰাস পাইছে। বিশ্বজুৰি ভেকচিনৰ সৰবৰাহ, এইচআইভিৰ চিকিৎসা, কেন্সাৰৰ চিকিৎসা আদি স্থৱিৰ হৈ পৰিছে।‘’

অনিল ছোনীয়ে কয় যে WHO ফাউণ্ডেশ্যনে এইবোৰ ক্ষেত্ৰত নতুন গৱেষণা তথা নতুন আৱিষ্কাৰৰ পথ মুকলি কৰি দিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd