• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তিনি বছৰত ৫৪৩ কোটি টকাৰ লোকচানৰ সন্মুখীন ভাৰতীয় ৰে’লৱে! কেগে নিজৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2025 5:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘাটিত চলিছে ভাৰতীয় ৰে’লৱে, তিনি বছৰত ৫৪৩ কোটি টকা লোকচানৰ সন্মুখীন ভাৰতীয় ৰে’লৱে। লোকসভাত নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক (CAG)ৰ নিৰীক্ষণ প্ৰতিবেদনত প্ৰকাশ পাইছে বিস্ফোৰক তথ্য। প্ৰতিবেদনত ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ২০২৩ চনৰ মাৰ্চলৈকে ৰে’লৱেৰ লাভ-লোকচানৰ হিচাপ পৰীক্ষাত এই তথ্য পোহৰলৈ আহিছে। সোমবাৰে লোকসভাত এই প্ৰতিবেদন দাখিল কৰি কেগে মুঠ ২৫টা ঘটনাৰ ওপৰত আলোকপাত কৰে।

প্ৰকাশিত তথ্য অনুসৰি  ৰে’লৱেৰ আৰ্থিক লোকচানৰ মূল কাৰণ আছিল বিভিন্ন স্থানৰ পৰা সম্পূৰ্ণ ধন সংগ্ৰহ কৰিব নোৱাৰা, অপ্ৰয়োজনীয় ব্যয়, সু-ব্যৱস্থাপনাৰ অভাৱ আৰু ৰাজহৰ অভাৱএ মূল কাৰণ। কেগৰ প্ৰতিবেদন অনুসৰি বিভিন্ন সময়ত বিভিন্ন ৰে’ল সংস্থাই নিয়ম উলংঘা কৰি অহিছে। যাৰ বাবে এই অপ্ৰয়োজনীয় ব্যয় বা ৰাজহৰ অভাৱ ঘটিছিল। ইয়াৰে আটাইতকৈ উল্লেখযোগ্য হ’ল উত্তৰ ৰে’লৱেৰ ঘাটি। পাঁচখন চৰকাৰী বিদ্যালয়ৰ পৰা ভূমি অনুজ্ঞাপত্ৰৰ বাবে ১৪৮.৬১ কোটি টকা সংগ্ৰহ কৰাত ব্যৰ্থ হয়। উত্তৰ ৰে’লৱেক এই মাটিৰ বজাৰ মূল্যৰ ৬ শতাংশ আদায় কৰিবলৈ স্পষ্টকৈ নিৰ্দেশ দিয়া হৈছিল। কেগৰ প্ৰতিবেদনত ৰে’লৱে উদ্ধাৰ কৰিব নোৱাৰা এইটোৱেই আটাইতকৈ বেছি ধন।

Apply Now

কেগৰ প্ৰতিবেদনত ৯টা জ’নেল ৰে’লৱেৰ ধন আদায় কৰাত ব্যৰ্থ হোৱাৰ অভিযোগো উত্থাপন কৰা হৈছে। দক্ষিণ-পূব, দক্ষিণ-পশ্চিম, উত্তৰ মধ্য, পূব উপকূল, পূব, উত্তৰ-পশ্চিম, দক্ষিণ-পূব মধ্য, পশ্চিম মধ্য আৰু মধ্য ৰে’লৱে একেলগে ৫৫.৫১ কোটি টকা আদায় কৰিবলৈ ব্যৰ্থ হয়। ঠিকাদাৰৰ পৰা ৫৫.৫১ কোটি টকা আদায় কৰাত ব্যৰ্থ হ’ল জিলা খনিজ ফাউণ্ডেচন। এই ডি এম এফৰ ধন ৰে’লৱেৰ খননৰ কামৰ বাবে ক্ষতিগ্ৰস্ত লোক বা অঞ্চলৰ স্বাৰ্থ ৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ বাহিৰেও ইষ্ট চেণ্ট্ৰেল ৰে’লৱেৰ গাফিলতিৰ বাবে ভাৰতীয় ৰে’লৱেৰ আৰু ৫০.৭৭ কোটি টকাৰ লোকচানৰ সন্মুখীন হয়।কেগৰ প্ৰতিবেদন অনুসৰি দক্ষিণ ৰে’লৱে আৰু ইন্টিগ্ৰেল ক’চ ফেক্টৰীয়ে বিশেষজ্ঞৰ পৰামৰ্শ নোলোৱাকৈ আৰু পৰ্যাপ্ত কাৰিকৰী মূল্যায়ন নকৰাকৈয়ে নীলগিৰি মাউণ্টেন ৰে’লৱেৰ বাবে ২৮ মিটাৰ গেজ ডবা নিৰ্মাণ কৰিছে। ইয়াৰ বাবে ২৭.৯১ কোটি টকা খৰচ হয়। দক্ষিণ কেন্দ্ৰীয় ৰে’লৱেই আৰু ২৩.১৬ কোটি টকা ব্যয় কৰাৰ অভিযোগ, যিটো এৰাই চলিব পৰা গ’লহেঁতেন। কেন্দ্ৰীয় ৰে’লৱেই পশ্চিম ডেডিকেটেড ফ্ৰেইট কৰিডৰত অতিৰিক্ত ১৫.৬২ কোটি টকা ব্যয় কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd