• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

একেলগে সুৰত সুৰ মিলালে ভাৰতীয় দলটোৱে – গালে ‘सुनो गौर से दुनियावालों’ আৰু ভিডিঅ’ হৈ পৰিল ভাইৰেল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 24, 2019 3:54 pm

1 min read

398442-women-hockey

ফটো উৎস : টুইটাৰ হকী ইণ্ডিয়া

1k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান গোটেই বিশ্ব ক্ৰিকেট জ্বৰত ভূগি আছে। ক্ৰিকেটৰ প্ৰতি মোহান্বিত হৈ থকাৰ মাজতে ভাৰতীয় মহিলা হকী দলটোৱে একেলগে সুৰত সুৰ মিলাই গোৱা এটা গানৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

গানটোৰ ভিডিঅ’টোত ভাৰতীয় মহিলা হকী দলৰ সকলো খেলুৱৈয়ে নতুন উদ্যম তথা উৎসাহেৰে একেলগে সুৰ মিলাই ‘सुनों गौर से दुनियावालों’ গানটো গোৱা দেখা গৈছে।

ভাৰতীয় মহিলা হকী দলটোত উত্তৰ-পূৰ্বাঞ্চলৰো কেইবাগৰাকীও খেলুৱৈ আছে। তেওঁলোকেও এই গানটোত একেলগে সুৰ মিলাইছে।

উক্ত ভিডিঅ’টো পোণ প্ৰথম হকী ইণ্ডিয়াৰ নিজৰ অফিচিয়েল একাউন্টৰ পৰা শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোত মহিলা দলটোৱে-‘हमने कहा है जो, तुम भी कहो…’ গানটোত নৃত্য কৰা দেখা গৈছে। ভিডিঅ’টোৱে এতিয়ালৈকে ১০ লাখতকৈয়ো অধিক লোকে চাইছে।

প্ৰকৃততে, ভাৰতীয় মহিলা হকী দলটোৱে দেওবাৰে জাপানক ৩-১গলৰ ব্যৱধানত পৰাস্ত কৰি এফ আইএছ মহিলা চিৰিজ প্ৰতিযোগিতাৰ ফাইনেলত বিজয়ী হয়। এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শনিবাৰে চিলিক ৪-২ ব্যৱধানত পৰাস্ত কৰাৰ লগে লগেই ভাৰতে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।

খেলত বিজয়ী হৈ ভাৰতীয় দলটো উভতি অহাৰ পৰত বাছতে দলটোৱে বিজয়ৰ আনন্দত আত্মহাৰা হৈ পৰিছিল। ভাৰতীয় মহিলা হকী দলটোক দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

Humne kaha hai jo, tum bhi kaho! ????#IndiaKaGame #FIHSeriesFinals #RoadToTokyo @IndiaSports @Media_SAI @CMO_Odisha @sports_odisha @FIH_Hockey pic.twitter.com/fgeNn34iZ4

— Hockey India (@TheHockeyIndia) June 23, 2019

Recent News

Electronic Voting Ma

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

a mani

কেন্দ্ৰৰ নতুন ডিজিটাল মিডিয়া নীতিৰ লক্ষ্য হৈ পৰিল মণিপুৰৰ প্ৰথমটো নিউজ প’ৰ্টেল

bhaba

কৃষক অথবা শিক্ষক নহয়, এইবাৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল খোদ জন প্ৰতিনিধি

a Rahul_Gandh

আইতাকৰ ভুল আঙুলিয়াই দি ৰাহুল গান্ধীয়ে ক’লে —‘জৰুৰীকালিন অৱস্থা ভুল সিদ্ধান্ত আছিল’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd