• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত কৰ’না ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা ৩০৮জনলৈ বৃদ্ধি; আক্ৰান্ত ৯১৫২জন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 13, 2020 11:21 am

1 min read

3corona1_6

প্ৰতিনিধিত্বমূলক ফটো

29k
VIEWS
Share on FacebookShare on Twitter

দেশত কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। এতিয়ালৈ কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই ৯,১৫২জন হৈছে।

আনহাতে, যোৱা ২৪ ঘন্টাত দেশত আৰু ৩৫ জন লোকৰ মৃত্যু ঘটিছে। ইয়াৰ ফলত কৰ’না ভাইৰাছৰ ফলত দেশত মৃত্যুৰ সংখ্যা সৰ্বমুঠ ৩০৮জনলৈ বৃদ্ধি পালে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ ফালৰ পৰা জনোৱা মতে দেশৰ ভিতৰত কৰ’না ভাইৰাছৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ। ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ১,৯৮৫জন হৈছেগৈ।

মহাৰাষ্ট্ৰৰ পাছতে দিল্লীত ১,১৫৪জন, তামিলনাডুত ১,০৭৫জন, ৰাজস্থানত ৮০৪জন, মধ্য প্ৰদেসত ৫৩২জন, গুজৰাটত ৫১৬জন লোক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

ইপিনে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ ম্যাদ মঙলবাৰে অন্ত পৰিব।

শনিবাৰে মুখ্য মন্ত্ৰীসকলৰ সৈতে প্ৰধান মন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি সম্পন্ন হোৱা বৈঠকত লকডাউন বৃদ্ধিৰ ক্ষেত্ৰত সকলোবোৰ ৰাজ্যই কেন্দ্ৰৰ সৈতে সহমত পোষণ কৰিছে।

লকডাউন বৃদ্ধিৰ বিষয়টো চূড়ান্ত কৰাৰ বাবে সোমবাৰে নতুন দিল্লীত প্ৰধান মন্ত্ৰী মোদীয়ে বিশেষ বৈঠকৰ আহ্বান কৰিছে।

ভাৰতত আগন্তুক কিছুদিনত আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱাৰ ইংগিত স্বাস্থ্য মন্ত্ৰ্যালয়ে ইতিমধ্যে ব্যক্ত কৰিছিল। মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া মতে দেশত কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ ভিতৰত ৯২জন চিকিৎসক তথা স্বাস্থ্যকৰ্মী আছে।

Tags: COVID-19

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd