• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইংৰাজী বৰ্ণমালাৰ ‘ভি’ আকৃতিৰ ভাৰতীয় অৰ্থনৈতিক বিকাশক অষ্ট্ৰেলিয়াত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰদৰ্শনৰ সৈতে তুলনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 30, 2021 11:28 am

1 min read

ইংৰাজী বৰ্ণমালাৰ ‘ভি’ আকৃতিৰ ভাৰতীয় অৰ্থনৈতিক বিকাশক অষ্ট্ৰেলিয়াত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰদৰ্শনৰ সৈতে তুলনা
223
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ইংৰাজী বৰ্ণমালাৰ ভি-আকৃতিৰ অৰ্থনৈতিক বিকাশৰ গতিক অষ্ট্ৰেলিয়াম মাটিত ভাৰতীয় ক্ৰিকেট দলৰ টেষ্ট শৃংখলা বিজয়ৰ সৈতে ৰিজোৱা হৈছে দেশৰ ২০২১ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাত।

৩৬ ৰানত প্ৰথম টেষ্টত ভাৰতে অল আউট হৈ শোচনীয় পৰাজয় বৰণ কৰাৰ পাছত যিদৰে পুনৰ মুৰ দাঙি উঠি টেষ্ট শৃংখলা জয় কৰিলে তাৰ সৈতে ভাৰতৰ শেহতীয়া অৰ্থনৈতিক স্থিতিক তুলনা কৰা হয় অৰ্থনৈতিক সমীক্ষাত।

অৰ্থনৈতিক সমীক্ষা অনুসৰি ২০২১-২২ বৰ্ষত ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ হাৰ ১১ শতাংশ হ’ব বুলি ভবিষ্যতবাণী কৰা হৈছে।

কোভিড মহামাৰীৰ সময়ত ভাৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি আৰু ইয়াৰ প্ৰয়োগৰ ফলতে ভাৰতে চকুত লগাভাৱে অৰ্থনৈতিক পুনৰুত্থান কৰিবলৈ সক্ষম হ’ব বুলি অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰা হয়।

ভাৰতৰ মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা কৃষ্ণমুৰ্তি সুব্ৰমনিয়ামে ভাৰতে কোভিড-১৯ৰ সময়ত ল’কডাউন ঘোষণা কৰি দীঘলীয়া অৰ্থনৈতিক বিকাশৰ বাবে চমু বিষ সহ্য কৰিবলগীয়া হৈছে বুলিও লগতে কয়।

২০২১ চনৰ অৰ্থনৈতিক সমীক্ষাক কোভিড যোদ্ধা সকলৰ নামত উৎসৰ্গা কৰা হৈছে।

Recent News

24_12_2018-loot1_18782468

গোলাঘাট চহৰৰ মাজমজিয়াত দিন দুপৰতে চিলনী চোৰে লুটিলে ডেৰ লাখ টকা

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

raijor Dol

ৰাইজৰ দলৰ কোনে ক’ৰ পৰা লাভ কৰিব টিকট? নৰ্থ ইষ্ট নাওৰ হাতত প্ৰায় চূড়ান্ত তালিকা

ছটা বলত ছটা চিক্সাৰ! যুৱৰাজ সিঙৰ অভিলেখ ভংগ কৰিলে কিয়েৰণ পোলাৰ্ডে

ছটা বলত ছটা চিক্সাৰ! যুৱৰাজ সিঙৰ অভিলেখ ভংগ কৰিলে কিয়েৰণ পোলাৰ্ডে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd