DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কামা গিজমছ : বন্ধ কৰি দিয়া হ’ল ভাৰতৰ প্ৰথমখন চেক্স টয়ৰ বিপণী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2021 2:49 pm
379
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰথম ‘চেক্স টয়’ (sex toy)ৰ বিপণীখন বন্ধ কৰা হৈছে।

যোৱা মাহত গোৱাত মুকলি কৰা বিপণীখনক লৈ গ্ৰাহকসকল যথেষ্ট উৎসাহী হৈ পৰিছিল।

কিন্তু ৰাজ্যখনৰ এখন স্থানীয় পঞ্চায়তে বিপণীখন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।

‘কামা গিজমছ’ নামৰ বিপণীখন ভেলেণ্টাইন ডে’ৰ দিনা গোৱাৰ কালানগুটে নামৰ ঠাইখনত মুকলি কৰা হৈছিল।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, স্থানীয় পঞ্চায়তখনে বিপণীখনৰ অনুজ্ঞাপত্ৰ আৰু ইয়াত বিক্ৰী হোৱা চেক্স টয়সমূহক লৈ আপত্তি প্ৰদৰ্শন কৰে।

‘কামা গিজমছ’ মুকলি কৰা হৈছিল ‘কামাকাৰ্ট’ (KamaKart) আৰু ‘গিজমচৱালা’ (Gizmoswala) নামৰ দুটা অনলাইন চেক্স টয় বিপণীৰ উদ্যোগত।

স্থানীয় পঞ্চায়তখনে জানিবলৈ দিয়া মতে, বিপণীখনে স্থানীয় লোকসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

তদুপৰি বিপণীখন মুকলি কৰা হৈছিল এখন জনসমাগমপূৰ্ণ বজাৰ আৰু পৰ্যটন স্থানত।

সঠিক অনুজ্ঞাপত্ৰৰ অভাৱত বুধবাৰে বিপণীখন বন্ধ কৰি দিয়া হয়।

আনহাতে, ‘কামাকাৰ্টে’ জানিবলৈ দিয়া মতে, তেওঁলোক গোৱাৰ স্থানীয় বাসিন্দা নহয় বাবে বিপণীখন জোৰ কৰি বন্ধ কৰি দিয়া হৈছে।

এইক্ষেত্ৰত তেওঁলোকে বিপণীখন অহা মাহত পুনৰ মুকলি কৰিবলৈ প্ৰস্তুতি অব্যাহত ৰাখিছে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd