• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বৰ শ্ৰেষ্ঠ ভাৰতৰ ইন্দ্ৰি হুইস্কি; এই single malt ৰ দাম কিমান জানেনে?

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 2, 2023 3:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ শ্ৰেষ্ঠ হুইস্কিৰ ভিতৰত অন্যতম ভাৰতৰ ‘ইন্দ্ৰি’। ভাৰতত নিৰ্মিত ইন্দ্ৰি হুইস্কিয়ে ২০২৩ চনৰ বাবে ‘বেষ্ট ইন শ্ব’, ডাবল গোল্ড’ বঁটা লাভ কৰিছে। ইন্দ্ৰিয়ে বিশ্বৰ আন ১০০ৰো অধিক হুইস্কিক পৰাস্ত কৰি শ্ৰেষ্ঠ হুইস্কি প্ৰতিযোগিতাত এই বঁটা লাভ কৰে। ২০২৩ চনৰ হুইস্কি অৱ দ্য ৱৰ্ল্ড এৱাৰ্ডছত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১০০ টাতকৈও অধিক হুইস্কিৰ মূল্যাংকন কৰা হয়। স্কচ, বাৰ্বন, কানাডিয়ান, অষ্ট্ৰেলিয়ান আৰু ব্ৰিটিছ চিংগল মল্টৰ বিখ্যাত আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড আছে। এই সকলোবোৰৰ ওপৰত ভাৰতৰ চিংগল মল্ট ইন্দ্ৰি হুইস্কিয়ে শ্ৰেষ্ঠ বঁটা লাভ কৰিছে।

ইন্দ্ৰি হৈছে ভাৰতৰ হাৰিয়ানাৰ পিকাডিলি ডিষ্টিলেৰীছৰ দ্বাৰা উৎপাদিত স্থানীয় হুইস্কি। ২০২১ চনত ইন্দ্ৰি হুইস্কিয়ে ইয়াৰ যাত্ৰা আৰম্ভ কৰে। এই ত্ৰিপল বেৰেল একক মল্ট ইন্দ্ৰি-ত্ৰিনি নামেৰে জনাজাত। এই হুইস্কিয়ে যোৱা দুবছৰত ১৪টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় প্ৰশংসাপত্ৰ লাভ কৰিছে। এতিয়া ইন্দ্ৰীয়ে সমগ্ৰ বিশ্বতে হুইস্কিৰ ৰাজ্যত ৰাজত্ব কৰিছে। বিশেষকৈ চিংগল মল্ট হুইস্কিৰ তালিকাত ইন্দ্ৰিয়ে প্ৰথম স্থান লাভ কৰিছে।

লগতে পঢ়কঃ প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

Apply Now

ইন্দ্ৰি হুইস্কি হাৰিয়ানাত তৈয়াৰ কৰা হয়। এই একক মল্ট সুৰা ছয় তৰপীয়া বাৰ্লিৰ পৰা তৈয়াৰ কৰা হয়। পৰম্পৰাগত ভাৰতীয় তামৰ পাত্ৰ ব্যৱহাৰ কৰি ইন্দ্ৰি তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও ইয়াত শুকান ফল, বাদাম, মছলা, ওক, বিটাৰছুইট চকলেট আদিও থাকে। ইন্দ্ৰি ট্ৰিপল-এজিং হুইস্কি, যিটো তিনিটা ভিন্ন পাত্ৰত তৈয়াৰ কৰা হয়। ফল-মূল, মছলা আৰু বাদামৰ সংমিশ্ৰণেৰে ইন্দ্ৰিৰ সোৱাদ অনন্য। ইয়াৰ উপৰিও উত্তৰ ভাৰতৰ জলবায়ুৰ উন্মাদনাত এই একক মল্টৰ সোৱাদ বৃদ্ধি পায়।

ইন্দ্ৰি চিংগল মল্টৰ এটা ৭৫০ মিলিলিটাৰৰ বটলৰ দাম প্ৰায় ৩৯৪০ টকা। ভাৰতৰ ১৯খন ৰাজ্যত এতিয়া উপলব্ধ হৈছে ইন্দ্ৰি-ত্ৰিনি। ইয়াৰ উপৰিও ইন্দ্ৰি হুইস্কি বিশ্বৰ ১৭খন দেশত উপলব্ধ। বঁটা লাভ কৰাৰ পিছত এইবাৰ অহা নৱেম্বৰৰ পৰা ভাৰতৰ সকলো ৰাজ্যতে ইন্দ্ৰি হুইস্কিৰ সোৱাদ ল’ব পাৰিব। ইয়াৰ উপৰিও ইন্দ্ৰি হুইস্কি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ কিছুমান বিশেষ দেশত পোৱা যাব।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd