• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতৰ পৰমাণু নীতিত ডাঙৰ পৰিৱৰ্তন : প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু কৰা হ’ল ১২টা পৰমাণু অস্ত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 7:43 pm
249
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ পৰমাণু নীতিত এক ডাঙৰ পৰিৱৰ্তন দেখা গৈছে। প্ৰতিৰক্ষা বিভাগে প্ৰথমবাৰৰ বাবে ১২টা পৰমাণু অস্ত্ৰ পোনপটীয়াকৈ যুদ্ধৰ বাবে মোতায়েন কৰিছে। আন্তঃৰাষ্ট্ৰীয় অস্ত্ৰ গৱেষণা সংস্থা চিপ্ৰি চমুকৈ এছ আই পি আৰ আইৰ এক শেহতীয়া প্ৰতিবেদনত এই দাবী কৰা হৈছে।

ইমান দিনে ভাৰতৰ নীতি আছিল যে পৰমাণু বোমা আৰু সেইবোৰ নিক্ষেপ কৰা মিছাইলসমূহ বেলেগ বেলেগ ঠাইত সংৰক্ষণ কৰি ৰখা হৈছিল। কিন্তু চিপ্ৰিৰ প্ৰতিবেদন অনুসায়ী, এইবাৰ ভাৰতে সেই পুৰণি নীতি সলনি কৰিছে। এই প্ৰথমবাৰৰ বাবে দেশে পৰমাণু অস্ত্ৰ কেৱল জমা কৰি ৰখাৰ পৰিৱৰ্তে ব্যৱহাৰৰ বাবে সম্পূৰ্ণ সাজু কৰি ৰাখিছে।

Apply Now

মাটিৰ তলৰ মিছাইল ঘাটি আৰু পৰমাণু চাবমেৰিনত এই যুদ্ধাস্ত্ৰসমূহ সাজু কৰি ৰখাৰ অৰ্থ হ’ল ভাৰত এতিয়া যিকোনো পৰিস্থিতিৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত। প্ৰতিবেদনত কোৱা হৈছে যে এই ১২টা পৰমাণু বোমাক ইতিমধ্যে মিছাইলৰ সৈতে সংযোগ কৰা হৈছে অথবা পোনপটীয়াকৈ সেনা ঘাটিলৈ প্ৰেৰণ কৰা হৈছে।

ইয়াৰ লগতে যোৱা এটা বছৰত ভাৰতৰ পৰমাণু অস্ত্ৰৰ সংখ্যাও কিছু বৃদ্ধি পাইছে। চাবমেৰিনত পৰমাণু অস্ত্ৰ লৈ সাগৰত ভাৰতীয় সেনাই নিয়মীয়াকৈ পহৰা দি থকাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। হিচাপ অনুসায়ী, ২০২৬ চনৰ জানুৱাৰী মাহলৈকে ভাৰতৰ হাতত প্ৰায় ১৯০টা পৰমাণু অস্ত্ৰ মজুত আছে। জল, স্থল আৰু আকাশ এই তিনিওটা পথৰেই পৰমাণু আক্ৰমণ চলোৱাৰ ক্ষমতা এতিয়া ভাৰতৰ হাতত আছে।

বিশেজ্ঞসকলৰ মতে, শান্তিপূৰ্ণ পৰিৱেশৰ সময়তো মিছাইলৰ ভিতৰত পৰমাণু বোমা ভৰাই ৰখা আৰু সাগৰত চাবমেৰিনেৰে নিয়মীয়াকৈ চকু ৰখাটোৱে প্ৰমাণ কৰে যে ভাৰতে নিজৰ সামৰিক ৰণনীতি বহু পৰিমাণে সলনি কৰি পেলাইছে।

অৱশ্যে এই পৰিৱৰ্তনৰ পাছতো ভাৰতে নিজৰ প্ৰথমে পৰমাণু আক্ৰমণ নকৰাৰ নীতিত অটল আছে। অৰ্থাৎ ভাৰতে নিজে কেতিয়াও কোনো দেশৰ ওপৰত প্ৰথম পৰমাণু বোমা নিক্ষেপ নকৰে। যদি কোনো দেশে ভাৰতৰ মাটিত বা ভাৰতীয় সেনাৰ ওপৰত পৰমাণু আক্ৰমণ কৰে, তেন্তেহে ভাৰতে ইয়াৰ উপযুক্ত প্ৰত্যুত্তৰ দিব। এই অস্ত্ৰ ভাণ্ডাৰ কোনো দেশৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ নহয়, বৰঞ্চ দেশৰ সুৰক্ষা কৱচ হিচাপেহে সাজু কৰি ৰখা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd