• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইংলেণ্ড টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা; কোন আহিল, কোন গ’ল? দলত নতুন উইকেটকীপাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2024 11:21 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় দলটোৱে আফগানিস্তানৰ বিৰুদ্ধে তিনিখন খেলৰ টী-২০ শৃংখলা খেলি আছে। ইয়াৰ পিছতে ঘৰৰ মাটিত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব পাঁচখন খেলৰ টেষ্ট শৃংখলা। এই শৃংখলাটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অন্তৰ্গত। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে প্ৰথম দুখন টেষ্টৰ বাবে দল ঘোষণা কৰিছে।

ভাৰতীয় দলৰ বিধ্বংসী পেচাৰ মহম্মদ ছামি দলত নাই।  আঘাতৰ বাবে আনকি দক্ষিণ আফ্ৰিকা ভ্ৰমণতো নাছিল ছামি। শেহতীয়াকৈ অৰ্জুন বঁটা লাভ কৰা ছামি প্ৰথম দুখন মেচত খেলিব নোৱাৰিব বুলিও ইংগিত পোৱা গৈছিল।

আন এগৰাকী বেটছমেন অভিমন্যু ঈশ্বৰনকো বাহিৰত ৰখা হৈছে। তেওঁ ভাৰত-এ দলটোক নেতৃত্ব দিব। অভিমন্যু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট দলত আছিল যদিও ইংলেণ্ডৰ বিৰুদ্ধে স্থান নাপালে।

Apply Now

লগতে পঢ়কঃ নট আউট ১১২! ইতিমধ্যে ৭ বাৰ বিবাহিত, তাৰ পিছতো পুনৰ বিয়াত বহিব বিচাৰে এই ‘যুৱতী’!

দক্ষিণ আফ্ৰিকাৰ টেষ্ট দলত আছিল ঈশান কিষান। তেওঁৰ খেল নিশ্চিত আছিল। ব্যক্তিগত কাৰণত হঠাৎ দলৰ পৰা নিজৰ নাম আঁতৰাই পেলালে এই উইকেটকীপাৰ বেটছমেনে। কীপিং কৰে লোকেশ ৰাহুলে।

আফগানিস্তানৰ বিৰুদ্ধে টী-২০ দলত স্থান নোপোৱা ঈশানক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ডিপ্ৰেছনৰ বাবে তেওঁ ছুটী লৈছিল বুলি দলটোৱে জনাইছিল। সূত্ৰ সমূহৰ মতে ঈশানক ৰঞ্জী ট্ৰফীলৈ ঘূৰি অহাৰ কথা কোৱা হৈছিল।

ফৰ্মৰ বাহিৰত থকা শ্ৰেয়াছ আয়াৰৰ ক্ষেত্ৰতো একেই কথা কোৱা হৈছিল। শ্ৰেয়াছে ৰঞ্জী খেলিছে। কিন্তু শ্ৰেয়াছ দলত থাকিল। ঈশান অৱশ্যে খেলপথাৰলৈ উভতি নাহিল। নতুন উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলক দলত সুযোগ দিয়া হৈছে।

লোকেশ ৰাহুলে দক্ষিণ আফ্ৰিকাত টেষ্টত কীপিং ৰাখিছিল যদিও তেওঁ বিশেষজ্ঞ উইকেটকীপাৰ নহয় বাবে তেওঁৰ ওপৰত অতিৰিক্ত চাপ পৰিছিল। সেইবাবেই ব’ৰ্ডে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ শৃংখলাৰ বাবে তেওঁক কীপিঙৰ পৰা ৰেহাই দিয়াৰ কথা ভাবিছে। ৰাহুলে বেটছমেন হিচাপে খেলিব। সেয়া হ’লে ধ্ৰুৱ জুৰেলেও হয়তো টেষ্টত অভিষেক ঘটাব।

লগতে পঢ়কঃশাৰীৰিক সম্পৰ্ক অস্বীকাৰ মানসিক নিষ্ঠুৰতা; বিবাহ বিচ্ছেদ বিচাৰিব পাৰে স্বামীয়ে! উচ্চ ন্যায়ালয়

দলটোত আন এজন উইকেটকীপাৰ শ্ৰীকৰ ভাৰত আছে যদিও দলটোৱে তেওঁৰ ওপৰত এতিয়াও ভৰসা কৰা নাই। ভাৰতে চাৰিজন স্পিনাৰক দলত ৰাখিছে। বহুদিনৰ মূৰত টেষ্ট দলত ঘুৰি আহিছে কুলদীপ যাদৱ।

প্ৰথম দুখন টেষ্টৰ বাবে ভাৰতৰ দল- ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, লোকেশ ৰাহুল (উইকেটকীপাৰ), শ্ৰীকৰ ভাৰত (উইকেটকীপাৰ), ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল , কুলদীপ যাদৱ, মহম্মদ চিৰাজ, মুকেশ কুমাৰ, যশপ্ৰীত বুমৰাহ (ভাইচ কেপ্তেইন), আবেশ খান।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd