• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2025 8:14 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ ২১ বছৰ বয়সতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (UPSC) অসামৰিক সেৱা পৰীক্ষাত সৰ্বভাৰতীয় ৰেংক ৬১! কেৱল সেয়াই নহয়, প্ৰথম প্ৰচেষ্টাতে সফলতা আহিছিল, তাকো কোনো প্ৰশিক্ষণ নোহোৱাকৈ। একমাত্ৰ নিজৰ প্ৰস্তুতিত ভৰসা কৰিয়েই এই সাফল্য।

পঞ্জাৱৰ জিৰাকপুৰ নিবাসী আস্থা সিং। এই মুহূৰ্তত তেওঁৰ এই সফলতা কেৱল চণ্ডীগড় ত্ৰাইচিটি (চণ্ডীগড়, মোহলী আৰু পঞ্চকুলা)ৰ বাবেই নহয়, সমগ্ৰ দেশৰ নৱপ্ৰজন্মৰ বাবেও এক প্ৰেৰণা হৈ পৰিছে।

Apply Now

আস্থাই চৰকাৰী সেৱাৰ অভিজ্ঞতা লাভ কৰা এইটোৱেই প্ৰথম নহয়। ২০২৪ চনত আস্থাই প্ৰথম চৰকাৰী চাকৰিত যোগদান কৰে। সেই সময়ত হাৰিয়ানা লোকসেৱা আয়োগৰ পৰীক্ষাত ৩১ নং স্থান লাভ কৰি ‘অতিৰিক্ত আবকাৰী আৰু কৰ বিষয়া’ (AETO) হিচাপে নিযুক্তি লাভ কৰে। মাত্ৰ কেইমাহমান সেৱা আগবঢ়োৱাৰ পিছত তেওঁ ইউ পি এছ চিৰ পৰীক্ষাত বহিবলৈ সিদ্ধান্ত লয় আৰু প্ৰথম প্ৰচেষ্টাতে ক্লিয়াৰ কৰে।

আন সফল প্ৰাৰ্থীৰ দৰে তেওঁৰ হাতত দীঘলীয়া প্ৰস্তুতি আৰু কোচিং ক্লাছৰ কাহিনী নাই। আস্থাৰ ভাষাত, “মই কোনো কোচিং লোৱা নাছিলো। মই অনুভৱ কৰিছিলো যে অসামৰিক সেৱা মোৰ বাবে মোৰ পছন্দৰ কেৰিয়াৰ হ’ব পাৰে। গতিকে মই নিজাববীয়াকৈ পঢ়িবলৈ আৰম্ভ কৰিলোঁ। মই প্ৰথমবাৰে পৰীক্ষাত অৱতীৰ্ণ হৈছিলো।”

ভৱিষ্যতে মহিলাৰ উন্নতিৰ বাবে কিবা এটা কৰিব বিচাৰিছে বুলিও কয় আস্থাই। নাৰীৰ অধিকাৰ, বিভিন্ন সুযোগৰ প্ৰতি সজাগতা আৰু জীৱনৰ সিদ্ধান্ত নিজাববীয়াকৈ লোৱাৰ ওপৰত কাম কৰিব বিচাৰে। সমাজৰ অনুন্নত শ্ৰেণীৰ উন্নয়নত অধিক গুৰুত্ব দিব তেওঁ।

আস্থাৰ জন্ম পঞ্জাৱৰ পঞ্চকুলাত আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃ ব্ৰজেশ সিং বড্ডিৰ এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ মেনেজাৰ আৰু মাতৃ শালিনী সিং এগৰাকী গৃহিণী। তেওঁলোকৰ পৰিয়ালৰ শিপা উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ কুশাহা কনৌৰা গাঁৱৰ সৈতে সংযুক্ত।

দিল্লীৰ শ্ৰী ৰাম কলেজ অৱ কমাৰ্চ (এছ আৰ চি চি)ৰ পৰা অৰ্থনীতিত অনাৰ্চ লৈ  উত্তীৰ্ণ হৈছে আস্থাই। ঘৰৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়াল হ’বলৈ গৈ আছে আস্থা।

এইবাৰ ইউ পি এছ চি পৰীক্ষাত স্থান লাভ কৰা শীৰ্ষ ৩০০ পৰীক্ষাৰ্থীৰ ভিতৰত ত্ৰাইচিটি অঞ্চলৰ (চণ্ডীগড়, মোহালী, পঞ্চকুলা) ৰ পৰা যিকেইগৰাকীয়ে স্থান পাইছে তাৰে চাৰিগৰাকী মহিলা। আস্থা তাৰ ভিতৰত কনিষ্ঠতম।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd