• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জীৱনৰ ৰঙেৰে ৰাঙলী ৰঙালী! নিমাইজানৰ দ্বিজেন গগৈৰ থলুৱা লোকবাদ্যৰ সংগ্ৰহালয়ত উখল মাখল

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
April 5, 2021 12:03 pm
bihu final

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। ৰাজ্যৰ চৌদিশে এতিয়া শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি। ৰঙালীক আদৰিবলৈ এতিয়া সকলো ব্যস্ত।

এই ব্যস্ততা দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ নিমাইজানৰ দ্বীজেন গগৈৰ ঘৰত। থলুৱা লোকবাদ্য প্ৰস্তুত কৰা শিল্পী দ্বীজেন গগৈৰ ঘৰত এতিয়া ভিৰ কৰিছেহি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে। ক্ৰয় কৰিছে ঢোল, পেঁপা, গগনা, বীণ, ডবা ইত্যাদি।

Apply Now

বছৰৰ বাৰ মাহেই দ্বীজেন গগৈৰ ঘৰত বনোৱা হয় থলুৱা লোকবাদ্য। ইয়াৰোপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি তেওঁৰ ওচৰত থলুৱা লোকবাদ্য বজোৱা আৰু প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ লয়।

দ্বীজেন গগৈৰ ঘৰৰ সংগ্ৰাহলয়ত তেওঁ প্ৰস্তুত কৰা বিভিন্ন থলুৱা লোকবাদ্য সংৰক্ষণ কৰি ৰাখিছে। ঢোল, খোল, পেঁপা, গগনা, বীণ, টকা, বৃহৎ আকাৰৰ পেঁপা, ১৬ ফুট দীঘল বাঁহী, শংখৰাজ আদিকে ধৰি বিভিন্ন বাদ্যযন্ত্ৰ সংৰক্ষণ কৰি ৰাখিছে এই সংগ্ৰাহলয়ত।

দ্বীজেন গগৈয়ে নতুনকৈ জাৰণা নামৰ এটা বাদ্যযন্ত্ৰও আৱিস্কৰ কৰিছে।

এই থলুৱা লোকবাদ্যটো প্ৰস্তুত কৰাই নহয় সেই বাদ্যযন্ত্ৰ সুন্দৰকৈ বজাবও জানে দ্বীজেন গগৈয়ে।

যোৱা বৰ্ষত লকডাউনৰ বাবে তেওঁ প্ৰস্তুত কৰা বাদ্যযন্ত্ৰসমুহ বিক্ৰী হোৱা নাছিল যদিও এই বৰ্ষত বিহুৰ পূৰ্বেই প্ৰায়বোৰ বাদ্যযন্ত্ৰ বিক্ৰী হোৱা বুলি আমাৰ আগত প্ৰকাশ কৰে।

২০১২ চনত এইগৰাকী শিল্পীক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰে অসম সাংস্কৃতিক মহাসভাই। ইয়াৰোপৰি নলবাৰী ছাত্ৰ সন্থা আৰু ব্যৱসায়ী সন্থাই ২০১৪ চনত মোহন ভাইৰা বঁটাৰে সন্মানীত কৰিছিল দ্বীজেন গগৈক।

দ্বীজেন গগৈৰ ন ন সৃষ্টিৰাজিৰ জড়িয়তে অসমীয়া সংস্কৃতিৰ ভঁড়াল চহকী কৰাৰ লগতে নৱপ্ৰজন্মৰ মাজত থলুৱা লোকবাদ্য যন্ত্ৰৰ প্ৰতি আগ্ৰহ বঢ়াই তোলে।

নৰ্থইষ্ট নাও পৰিয়ালৰ তৰফৰ পৰাও দ্বীজেন গগৈৰ কৰ্মৰাজিক সন্মান জনোৱাৰ লগতে তেওঁলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd