• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এতিয়া ক’লকাতাৰ পৰা শ্বিলঙলৈ মাত্ৰ ৰিং এটাৰ বাট, শনিবাৰে ইণ্ডিগোই আৰম্ভ কৰিব ক’লকাতা-শ্বিলঙৰ দৈনিক উৰণ সেৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2019 7:55 am
Indigo-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ব্যক্তিগত বিমান পৰিবহন সংস্থা ইণ্ডিগ’ই শনিবাৰে শ্বিলঙৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত উমৰোই বিমানবন্দৰৰ পৰা ক’লকাতা বিমানবন্দৰলৈ যাত্ৰা আৰম্ভ কৰিব।

চৰকাৰী সূত্ৰৰ পৰা প্ৰকাশ কৰা খবৰ অনুসৰি পৰীক্ষামূলক ইণ্ডিগো বিমানখনে উমৰোই বিমানবন্দৰৰ পৰা ক’লকাতালৈ আবেলি ৪ বজাত উৰা মাৰিব।

Apply Now

এই উৰণক কেন্দ্ৰ কৰি বিমান বন্দৰটো বৰ্তমান কঠোৰ পৰীক্ষামূলক নিৰীক্ষণত ৰখা হৈছে।

বৰ্তমান উমৰোই বিমানবন্দৰত ডাঙৰ বিমান অৱতৰণ কৰিব পৰাকৈ উন্নয়ণৰ কাম কৰি থকা হৈছে।

উমৰোই বিমানবন্দৰৰ পৰা ক’লকাতালৈ আৰম্ভ কৰিবলগীয়া উৰণ সম্বন্ধে ইণ্ডিগ’ই নিজৰ টুইটাৰ হেণ্ডলত এনেদৰে লিখে ‘শ্বিলং-ক’লকাতাৰ মাজত আৰম্ভ হ’ল দৈনিক ননষ্টপ বিমান সেৱা’।

জুলাইৰ ২০ তাৰিখৰ পৰা বিমানবন্দৰটোৰ পৰা ক’লকাতালৈ বিমান দৈনিক বিমান সেৱা আৰম্ভ হ’ব।

ইণ্ডিগোই টুইটাৰত এনেদৰে লিখে ‘গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি পূবৰ স্কটলেণ্ড খ্যাত শ্বিলং এতিয়া মাত্ৰ কেইটামান মূহুৰ্তৰ বাট, এতিয়াই বুক কৰক’।

প্ৰমো হিচাপে আৰম্ভ কৰিবলগীয়া শ্বিলং-ক’লকাতা বিমানসেৱাৰ প্ৰাৰম্ভিক টিকতৰ মূল্য হৈছে মাত্ৰ ২,৮৯৯ টকা।

অলপতে, মেঘালয়ৰ ৰি-ভ’ই জিলাত থকা বিমানবন্দৰটো পৰ্যবেক্ষণ কৰি মেঘালয়ৰ পৰিবহণ মন্ত্ৰী স্নিয়াভালাং ধাৰে জুলাই ২০ তাৰিখৰ পৰা বিমান বন্দৰটোত ইণ্ডিগ’ই বিমান সেৱা আৰম্ভ কৰিব বুলি উল্লেখ কৰিছিল।

ধাৰে উমৰোইৰ পৰা ক’লকাতা হৈ ৰাইপুৰলৈ আন এখন বিমান সেৱা অতিশীৰ্ঘেই আৰম্ভ হ’ব বুলিও উল্লেখ কৰিছিল।

উমৰোই বিমান বন্দৰৰ সম্প্ৰসাৰণ সন্দৰ্ভত সন্দেহ ব্যক্ত কৰি পৰিবহন মন্ত্ৰীগৰাকীয়ে কয় যে ডাঙৰ বিমান সেৱা আৰম্ভ কৰাৰ বাবে বিমান বন্দৰটো সম্প্ৰসাৰণৰ ক্ষেত্ৰত যথেষ্ট ধনৰ প্ৰয়োজন হ’ব বুলি তেওঁ অনুমান কৰিছিল।

বৰ্তমানলৈ উমৰোই বিমান বন্দৰটো সম্পূৰ্ণৰূপে কাৰ্য্যকৰী হৈ উঠা নাই মাত্ৰ সৰু বিমানহে বিমান বন্দৰটোত চলাচল কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd