• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত-বাংলা সীমান্ত বেৰাৰ দুঃশ্চিন্তা এৰি ভোট দিব পাৰিব ’২১ৰ নিৰ্বাচনত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2019 4:32 pm
assam cm sarbananda sonowal at indo-bangla border

ভাৰত-বাংলা সীমাত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ছবি সৌজন্য-- অসম চৰকাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজনীতিৰ যোৱা কেইবাটাও দশকৰ ইছু– বাংলাদেশৰ সৈতে সীমান্ত ছীল–ৰ দুঃশ্চিন্তা এৰি ৰাইজে ’২১ৰ বিধান সভা নিৰ্বাচনত ভোট দিব পাৰিব।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব ভাৰত-বাংলা সীমান্ত ছীলৰ কাম।

Apply Now

নৰেন্দ্ৰ মোদীৰ আগৰখন কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ মাৰ্চৰ ভিতৰত এই নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা কৈছিল যদিও নতুন সময়সীমা হৈছে ডিচেম্বৰ, ২০২০ (।)

“বাকী থকা ১৬৯.৬৪ কিঃ মিঃ ২০২০ৰ ডিচেম্বৰৰ ভিতৰত ছীল কৰা হ’ব,” ২৮০৩.০১৩ কিঃ মিঃ সীমা ইতিমধ্যে ছীল কৰা বুলি উল্লেখ কৰি শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে দিয়া বিবৃতিত প্ৰকাশ।

তেওঁ জনাই যে, ৪০৯৬ কিঃ মিঃ দৈৰ্ঘ্যৰ ৩৩২৬.১৪ কিঃ মিঃ এলেকাত ফেন্সিং নিৰ্মাণৰ অনুমোদন জনোৱা হৈছে।

সীমান্তৰ বহু এলেকাত থকা নদীসমূহেৰে প্ৰব্ৰজন বন্ধ কৰাৰ বাবে চৰকাৰে “প্ৰযুক্তিগত” ব্যৱস্থা হাতত ল’ব।

“সীমান্ত এলেকাসমূহত সীমা পহৰা চকীসমূহৰ বিপদসাধ্যতা জৰীপ, নিৰীক্ষণকাৰী সঁজুলি যোগান, চোৰাংচোৱা নেটৱৰ্ক শক্তিশালীকৰণ, বিপদসাধ্য এলেকাত সুৰংগ-ৰোধী পদক্ষেপ আৰু অসুবিধাজনক ঠাই যেনে নদী এলেকাসমূহত প্ৰযুক্তিগত সমাধান যোগানৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে,” তেওঁ জনায়।

মন্ত্ৰীজনে জনাই যে, সীমান্তৰে হোৱা প্ৰব্ৰজন ৰোধাৰ বাবে চৰকাৰে এক বহুদিশীয়া পদ্ধতি গ্ৰহণ কৰিছে।

“…ইয়াৰ ভিতৰত আছে আন্তঃৰাষ্ট্ৰীয় সীমাত সীমা সুৰক্ষা দল নিয়োগ, সীমান্ত ফেন্সিং আৰু ফ্লাদ লাইটৰ ব্যৱস্থা, সীমান্তত তহল, সীমা নিৰীক্ষণ চকীসমূহত জোৱান নিয়োগ…,” ৰায়ে কয়।

যোৱা ১৮ ডিচেম্বৰত তদানীন্তন গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজেজুৱে ২০২০ৰ মাৰ্চৰ ভিতৰত সীমান্তৰ বেৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা কৈছিল।

গৃহ বিভাগৰ তথ্য মতে, যোৱা ডিচেম্বৰলৈকে ভাৰত-বাংলা সীমাৰ ২৭৮৫.৫৫৪ কিঃমিঃত বেৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd