• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ইণ্ডোনেছিয়াৰ গাঁৱত মানুহক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছে ভূত!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 13, 2020 9:37 pm

1 min read

Indonesia story

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

14.5k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত জনসাধাৰণক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰখাৰ বাবে ইণ্ডোনেছিয়া চৰকাৰে গাঁৱত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

ইণ্ডোনেছিয়াৰ কেপুহ গাঁৱত স্বাস্থ্য কৰ্মী সকলে নিশা ঘৰৰ বাহিৰলৈ ওলাই অহা জনসাধাৰণক ঘৰৰ ভিতৰত ৰখাৰ বাবে ভূত নিযুক্ত কৰিছে।

দৰাচলতে, ভূতৰ অভিনয় কৰি নিশা ঘৰৰ বাহিৰত ওলোৱা মানুহক ভয় খুৱাবৰ বাবে গাঁৱখনত কিছু সংখ্যক বিশেষ কৰ্মী নিযুক্ত কৰা হৈছে।

এই কৰ্মী সকলে মুৰৰ পৰা ভৰিলৈ বগা কাপোৰ আৰু মুখত বিভিন্ন আকৃতিৰ মাস্ক পৰিধান কৰি ৰাজুহুৱা স্থানত বহি থাকে আৰু হঠাৎ যিকোনো স্থানৰ পৰা ওলাই আহে।

‘‘এই পদক্ষেপৰ দ্বাৰা গাঁৱখনৰ জনসাধাৰণ ভয়ত নিশা ঘৰৰ বাহিৰলৈ ওলাই নাহিব যাৰ ফলত ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি হ’ব নোৱাৰিব,’’ এগৰাকী ভূতৰ ভূমিকাত অভিনয় কৰা কৰ্মীয়ে কয়।

উল্লেখযোগ্য যে, ভাৰতৰ লগতে ইণ্ডোনেছিয়াতো ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে।

ভাৰতে ইণ্ডোনেছিয়ালৈ হাইড্ৰ’ক্সিক্লৰ’কুইন ঔষধ প্ৰেৰণ কৰাৰ বাবেও সিদ্ধান্ত লৈছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd