• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কি যে হ’ব! Google Maps চাই বেলেগ যুৱতীৰ ঘৰত সোমাল দৰাযাত্ৰী; তাৰপাছত…

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2021 11:59 am
Screenshot-2021-04-10-at-12.03.05-PM-1
476
VIEWS
Share on FacebookShare on Twitter

আজিকালি অচিনাকি ঠাই বিচাৰি উলিয়াবলৈ প্ৰায়েই গুগল মেপৰ সহায় লোৱাটো সাধাৰণ কথা। কিন্তু গুগল মেপে যে কেতিয়াবা বেমেজালিৰো সৃষ্টি কৰিব পাৰে এই ঘটনাটোৱেই তাৰ প্ৰমান।

ঘটনাটো ইণ্ডোনেছিয়াৰ। বিয়া কৰাবলৈ যোৱাৰ সময়ত কইনাৰ ঘৰ বিচাৰি উলিয়াবলৈ গুগল মেপৰ সহায় লৈছিল দৰাযাত্ৰীয়ে। কিন্তু সেয়াই ঘটালে বিপদ।

কিয়নো ভুলতে কইনাৰ ঘৰলৈ যোৱাৰ সলনি আন এগৰাকী যুৱতীৰ ঘৰত সোমালগৈ দৰাযাত্ৰী। তাত উপহাৰ দিয়া-লোৱা পৰ্বও আৰম্ভ হৈছিল। অৱশেষত অৱশ্যে ঘটনা আৰু আগনাবাঢ়িল।

এই ঘটনাই ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰে।

বাতৰি অনুসৰি, দেশখনৰ এখন গাওঁত একেলগে দুজনী যুৱতীৰ বিবাহৰ অনুষ্ঠানৰ আয়োজন হৈছিল। ইয়াৰে ভিতৰত এজনীৰ বিয়া আছিল আৰু আনজনীৰ আছিল জোৰণ।

উক্ত দৰাযাত্ৰীয়ে বিয়ালৈ যোৱাৰ সময়ত গুগল মেপৰ ভুলতেই গৈ জোৰণ হ’বলগীয়া যুৱতীগৰাকীৰ ঘৰত সোমাল। তেতিয়ালৈকে কোনেও ভুলতো ধৰিব পৰা নাছিল। দুয়োপক্ষৰ মাজত আনকি উপহাৰ আদান প্ৰদানো ঘটে।

অলপ পাছতে দৰাঘৰৰ এজনে ভুলতো বুজিব পাৰে। তাৰপাছতে কথাটো ফাদিল হৈ পৰে। উপায়হীন দৰাপক্ষই অৱশেষত ক্ষমা বিচাৰি তাৰপৰা ওলাই যায়।

দৰাযাত্ৰী সোমাই অহা এই ঘটনাত জোৰণৰ বাবে সাজু হৈ থকা যুৱতীগৰাকী হতভম্ব হৈ পৰে।

যুৱতীগৰাকীয়ে এক সাক্ষাৎকাৰত কয়,’’জোৰণৰ বাবে মই তেতিয়া মেক আপ কৰাত ব্যস্ত আছিলো। তেতিয়াই দৰাযাত্ৰীৰ দলটো সোমাই আহে। মই তেওঁলোকক দেখা নাছিলো। আমাৰ পৰিয়ালে তেওঁলোকক আদৰণি জনায়। উপগহাৰ দিয়া-লোৱা পৰ্বও আৰম্ভ হয়। পাছত সকলোৰে ভুল ভাগে। গুগল মেপ ব্যৱহাৰ কৰাৰ বাবে ভুলতো হোৱা বুলি তেওঁলোকে জানিবলৈ দিয়ে।‘’

পাছত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকেই দৰাযাত্ৰীক নিৰ্দিষ্ট গন্তব্য স্থান পোৱাত সহায় আগবঢ়ায়।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd