• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হত্যা’ৰ ছয় মাহ পাছতো বাচি আছিল শ্বীনা বৰা; কিয় ক’লে ইন্দ্ৰাণীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2020 5:43 pm
2-39-1140x570-750x375

ইন্দ্ৰাণী মুখাৰ্জী। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিযোগ অনুসৰি ২০১২ চনৰ ২৪ এপ্ৰিলত শ্বীনা বৰাক হত্যা কৰা হৈছিল।কিন্তু ইয়াৰ ছয় মাহ পাছতো শ্বীনা বাচি আছিল বুলি দাবী কৰিছে এই হত্যাত অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীয়ে।

জামিন বিচাৰি পঞ্চমবাৰৰ বাবে জনোৱা আবেদনৰ শুনানি গ্ৰহণৰ সময়ত আদালতত এই দাবী কৰে ইন্দ্ৰাণীয়ে।

Apply Now

২০১২ চনৰ ২৪ এপ্ৰিলৰ ছয় মাহ পাছতো শ্বীনা বৰাই তাইৰ প্ৰেমিক বন্ধু ৰাহুল মুখাৰ্জীৰ সৈতে আছিল বুলি ইন্দ্ৰাণীয়ে দাবী কৰে।

ৰাহুলৰ কল ৰেকৰ্ড দাঙি ধৰি ইন্দ্ৰাণীয়ে দাবী কৰে যে শ্বীনা আৰু ৰাহুলৰ মাজত ২০১২ চনৰ ছেপ্টেম্বৰ মাহতো মেছেজৰ আদান প্ৰদান চলিছিল।

আদালতত ইন্দ্ৰাণীয়ে জনায়,’’শ্বীনাৰ হত্যাৰ অভিযোগ মোৰ ওপৰত পৰিছে। কিন্তু প্ৰমানে কৈছে যে ২০১২ চনৰ ২৬,২৭ আৰু ২৮ ছেপ্টেম্বৰত তাই বাচি আছিল আৰু ৰাহুলৰ সৈতে আছিল।

ইন্দ্ৰাণীয়ে ২০১২ চনৰ ২৭ ছেপ্টেম্বৰৰ মেছেজ পঢ়িও শুনায়।এটাত ৰাহুলে লিখিছে,’’ মই কাৰ পাৰ্কত আছো, গুচি আহা।‘’

ইন্দ্ৰাণীৰ দাবী মতে, সেই মেছেজৰ প্ৰত্যুত্তৰত শ্বীনাই লিখিছে,’’ ৫ মিনিট ৰ’বা।‘’ ইয়াৰ পাছত ৰাহুলে হেনো লিখিছে,’’ব’লা খৰধৰ কৰা।‘’

ইন্দ্ৰাণীৰ দাবী অনুসৰি, শ্বীনা বৰাক যিদিনা হত্যা কৰাৰ অভিযোগ কৰা হৈছে, তাৰ ছয় মাহ পাছত এই ঘটনা ঘটিছে।

ইয়াৰ পৰা বুজা যায় যে উদ্ধাৰ হোৱা দেহ (চিবিআইয়ে দাবী কৰা শ্বীনাৰ দেহৰ অংশ দুটি)ৰ সৈতে শ্বীনাৰ কোন সম্পৰ্ক নাই!

ইন্দ্ৰাণীয়ে লগতে দাবী কৰে যে সেই সময়ত তেওঁ ইংলেণ্ডত আছিল, গতিকে সেইবোৰ তেওঁ ৰাহুললৈ পঠিওৱা বুলি কোনেও দাবী কৰিব নোৱাৰে।

আদালতত এতিয়া গোটেই বিষয়টোৱে আকৌ এবাৰ মায়াজালৰ সৃষ্টি কৰাৰ সম্ভাৱনাই দেখা দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

September 27, 2026 8:52 am
মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

September 27, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd