DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সাৰ গড়ভিতৰ গাঁওৰ ৰাইজে দিলে ভোট বৰ্জনৰ হুংকাৰ, কিয় দিলে এই হুংকাৰ?

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
February 27, 2021 12:41 pm
bhaba
304
VIEWS
Share on FacebookShare on Twitter

সমাগত নিৰ্বাচনত ভোট বৰ্জন কৰিব এখন গাঁওৰ ৰাইজে ৷

বিগত তিনি বছৰে বানে বিধ্বস্ত কৰা বাট- পথ মেৰামতি নকৰাত ক্ষোভিত গাঁওৰ ৰাইজ ৷

বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই গাঁওখন হৈছে গড়ভিতৰ ৷

বিগত তিনি বছৰে পাগলাদিয়া নদীৰ বানে গাঁওখনৰ বাট- পথ বিধ্বস্ত কৰাত যাতায়তৰ নামত যমৰ যাতনা ভোগ কৰি আহিছে গাঁওখনৰ ৰাইজে ৷

পাগলাদিয়াৰ বানে গাঁওখনৰ মাজত থকা পকী দলং খনৰ এটা মূৰ খহাই দিয়াত ৰাইজে বাঁহৰ দলং সাজি যাতায়াত কৰি আহিছে ৷

আনহাতে গড়ভিতৰৰ পৰা ধমধমা সংযোগী পথটোও খহাই পেলোৱাত যাতায়তৰ নামত দূৰ্বিসহ যাতনা ভোগ কৰি আহিছে ৷

বিশেষকৈ পথটোৰে চাৰিচকীয়া বাহন আহিব নোৱাৰাত আৰু অধিক সমস্যাৰ সম্মুখীন হৈছে গাঁওখনৰ ৰাইজ ৷

গাঁওখনৰ ৰাইজে স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্ম, বিটিচিৰ তদানীন্তন এম চি এল এ ক এই বিষয়ে বাৰম্বাৰ অৱগত কৰিও কোনো সহাঁৰি লাভ কৰিবলৈ সক্ষম নহ’ল ৷

আনকি বৰ্তমানৰ বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক অৱগত কৰিও সুফল পোৱা নাই বুলি কলে স্থানীয় লোকে ৷

যাৰ পৰিপ্ৰেক্ষিতত গাঁওখনৰ ৰাইজে এইবাৰ ভোট বৰ্জনেৰে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিছে ৷

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd