• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰ-পূবত বহনক্ষমতা বৃদ্ধিৰ সূচনা কেইৰ্ণ অইল এণ্ড গেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2025 3:57 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী, ১৪ ডিচেম্বৰ, ২০২৫: ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস উপলক্ষে ভাৰতৰ বহনক্ষম উন্নয়ন আৰু দায়িত্বশীল শক্তি ব্যৱস্থাপনৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰি বেদান্ত গ্ৰুপৰ অংশ কেইৰ্ণ অইল এণ্ড গেছে বিত্তীয় বৰ্ষ ২০২৫ৰ বাবে নিজৰ বহনক্ষমতা প্ৰতিবেদন ‘Inspiring Actions, Fostering Impact’ প্ৰকাশ কৰিছে। প্ৰতিবেদনত কেইৰ্ণৰ অৰ্থপূৰ্ণ কাৰ্য বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত লোৱা বিভিন্ন পদক্ষেপ সুদৃঢ়ভাৱে প্ৰতিফলিত হৈছে।

প্ৰতিবেদন অনুসৰি, কেইৰ্ণে নিজৰ কাৰ্য্যকলাপৰ জৰিয়তে ৮৯,৭৭০ টন CO₂e নিৰ্গমন হ্ৰাস কৰিবলৈ সক্ষম হৈছে, যিটো প্ৰায় ৪.৫ মিলিয়ন গছ ৰোপণৰ সমতুল্য। দায়িত্বশীল শক্তি উৎপাদনৰ দিশত কোম্পানীটোৰ দীঘলীয়া আৰু সুসংহত প্ৰচেষ্টাৰ ই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। যোৱা পাঁচ বছৰত কেইৰ্ণে মুঠ ৩.১১ মিলিয়ন জিজে শক্তি সংৰক্ষণ কৰিছে আৰু নেট-জিৰ’ কাৰ্বন লক্ষ্যৰ অংশ হিচাপে মিথেন নিৰ্গমন ৩০ শতাংশ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে। প্ৰকৃতিভিত্তিক সমাধানক অগ্ৰাধিকাৰ দি কোম্পানীটোৱে প্ৰায় ৮ লাখ গছ আৰু মেংগ্ৰোভ ৰোপণ কৰি কাৰ্বন শোষণ বৃদ্ধিৰ লগতে আঞ্চলিক জৈৱ বৈচিত্ৰ্য সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

Apply Now

ইয়াৰ লগতে, ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী (UNEP)ৰ তেল আৰু গেছ মিথেন অংশীদাৰিত্ব ২.০ (OGMP 2.0)ৰ অধীনত ২০২৫ চনৰ প্ৰতিবেদনৰ বাবে কেইৰ্ণে সন্মানীয় Gold Standard Pathway মৰ্যাদা লাভ কৰিছে। কেইৰ্ণ হৈছে ভাৰতৰ প্ৰথম আৰু একমাত্ৰ আপষ্ট্ৰিম কোম্পানী যিয়ে OGMP 2.0 ত যোগদান কৰিছে। এই স্বীকৃতিয়ে স্বচ্ছ জলবায়ু প্ৰতিবেদন আৰু কাৰ্য্যকলাপ ডিকাৰ্বনাইজ কৰাৰ ক্ষেত্ৰত কেইৰ্ণৰ দৃঢ় অঙ্গীকাৰক অধিক শক্তিশালী কৰিছে।

উল্লেখযোগ্যভাৱে, গোলাঘাট জিলাৰ হাজাৰিগাঁও ব্লকৰ মাজত অৱস্থিত উত্তৰ-পূবৰ Discovered Small Field (DSF) ব্লকৰ পৰা উৎপাদন আৰম্ভ কৰা প্ৰথমটো কোম্পানী হৈছে কেইৰ্ণ। ইয়াত উৎপাদিত প্ৰাকৃতিক গেছে ইতিমধ্যে চাহ বাগিচাসমূহক কয়লাৰ পৰা পৰিষ্কাৰ আৰু অধিক কাৰ্যক্ষম ইন্ধনলৈ স্থানান্তৰিত কৰাত সহায় কৰিছে। গুৱাহাটীত চলি থকা প্ৰায় ১০০খন চিএনজি বাছক গেছ যোগান ধৰি ৰাজ্য চৰকাৰৰ সেউজ জনগতিশীলতা ব্যৱস্থাকো শক্তিশালী কৰি তুলিছে। অঞ্চলটোৰ পৰিৱেশ সংবেদনশীলতা আৰু জৈৱ বৈচিত্ৰ্যক বিবেচনা কৰি প্ৰাকৃতিক গেছৰ ব্যৱহাৰ কৰি প্ৰকৃতিৰ সৈতে আপোচ নকৰাকৈ উন্নয়নৰ পথ মুকলি কৰিছে।

অসমে বহনক্ষম উন্নয়নৰ লক্ষ্য আগুৱাই লৈ যোৱাৰ এই সময়ছোৱাত কেইৰ্ণৰ এই মাইলৰ খুঁটিসমূহে ৰাজ্যখনলৈ সবলীকৰণ আৰু সংৰক্ষণমূলক পদক্ষেপৰ জৰিয়তে কোম্পানীটোৰ অবিৰত অৱদানক প্ৰতিফলিত কৰে। চাহ বাগিচাসমূহক পৰিষ্কাৰ ইন্ধনলৈ ৰূপান্তৰিত কৰাৰ পৰা আৰম্ভ কৰি গুৱাহাটীত সেউজ জনগতিশীলতা ত্বৰান্বিত কৰালৈকে, মহিলা নেতৃত্বাধীন হস্ততাঁত উদ্যোগ আৰু বন্যপ্ৰাণী সংৰক্ষণ প্ৰচেষ্টাক সমৰ্থন কৰালৈকে কেইৰ্ণে সামগ্ৰিক আৰু পৰিৱেশ-সচেতন বৃদ্ধিৰ দিশত অগ্ৰগতি অব্যাহত ৰাখিছে।

উত্তৰ-পূবত কেইৰ্ণৰ বহনক্ষমতা উন্নয়নৰ পৰিৱেশ সুৰক্ষা আৰু সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰিছে। শিক্ষা, স্বাস্থ্য, জীৱিকা আৰু সম্প্ৰদায় উন্নয়নমূলক প্ৰকল্পৰ জৰিয়তে কেইৰ্ণে সমগ্ৰ ভাৰতত ইতিমধ্যে ১৯৫ মিলিয়নতকৈ অধিক লোকক প্ৰভাৱিত কৰিছে। মিথেন হ্ৰাস, স্বচ্ছ শক্তিৰ ৰূপান্তৰ, স্বচ্ছ পানী ব্যৱস্থাপনা আৰু সংৰক্ষণৰ ক্ষেত্ৰত অবিৰত প্ৰচেষ্টাৰে কেইৰ্ণে পৰিৱেশ তন্ত্ৰ আৰু ভাৰতৰ শক্তি সুৰক্ষাক শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd