• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 29, 2026 10:07 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নগাওঁ চৌহদত শেহতীয়াকৈ এটি লাইটনিং ডিটেক্টৰ (বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ) স্থাপনৰ জৰিয়তে অঞ্চলটোৰ বতৰ নিৰীক্ষণ আৰু বায়ুমণ্ডল বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ অধীনস্থ উত্তৰ-পূৱ মহাকাশ প্ৰয়োগিক কেন্দ্ৰ (এন ই এছ এ চি)ৰ দ্বাৰা প্ৰদান কৰা এই অত্যাধুনিক সঁজুলিয়ে অঞ্চলটোত বজ্ৰপাতৰ কাৰ্যকলাপসমূহক বাস্তৱিক সময়ত নিৰীক্ষণ কৰিবলৈ সক্ষম হ’ব । এই উল্লেখযোগ্য পদক্ষেপ লোৱাৰ ক্ষেত্ৰত নেতৃত্ব দিছে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকা, পঞ্জীয়ক ড০ শৰৎ হাজৰিকা, যুটীয়া পঞ্জীয়ক ড০ নয়ন মণি শইকীয়া আৰু উপ পঞ্জীয়ক ড০ বিচিত্ৰ বিকাশে ।

Apply Now

সেই উপলক্ষে আজি বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণ কোষৰ সহযোগত বিশ্ববিদ্যালয়খনৰ কনফাৰেন্স হলত “বিজুলী পদাৰ্থ বিজ্ঞান আৰু পৰ্যবেক্ষণ কৌশল” বিষয়ক এক বিশেষ আমন্ত্ৰিত বক্তৃতাৰ আয়োজন কৰা হয় । আমন্ত্ৰিত বক্তৃতা প্ৰদান কৰে উত্তৰ-পূব মহাকাশ প্ৰায়োগিক কেন্দ্ৰৰ প্ৰখ্যাত বিজ্ঞানী ড০ অভয় শ্ৰীবাস্তৱে ।

ড০ শ্ৰীবাস্তৱৰ অন্তৰ্দৃষ্টিসম্পন্ন উপস্থাপনে বিজুলীৰ জটিল পৰিঘটনা, ইয়াৰ গঠন আৰু ইয়াৰ অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা উন্নত কৌশলৰ ওপৰত আলোকপাত কৰে । বক্তৃতা অনুষ্ঠানটোত পদাৰ্থ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শাখা আৰু পষ্ট গ্ৰেজুৱেট ডিপ্লমা ইন ৰিমট ছেংছিং এণ্ড জিআইএছৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ লগতে ড০ কমল কুমাৰ তাঁতী, শ্ৰী প্ৰাঞ্জল শৰ্মা, শ্ৰী ৰূপজ্যোতি নাথ, ড০ মীৰা দাস আৰু ড০ মৈত্ৰয়ী চৌধুৰীকে ধৰি অধ্যাপকসকলো উপস্থিত থাকে ।

এই লাইটনিং ডিটেক্টৰ স্থাপনৰ ফলত বতৰ বিজ্ঞান, কৃষি, দুৰ্যোগ ব্যৱস্থাপনাকে ধৰি বিভিন্ন ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে । বিজুলীৰ সংঘটনৰ সঠিক আৰু সময়োপযোগী তথ্য প্ৰদান কৰি এই ডিটেক্টৰটোৱে বিজুলীৰ আঘাতৰ লগত জড়িত বিপদসমূহ কম কৰাত সহায় কৰিব আৰু বতৰৰ পূৰ্বাভাস উন্নত কৰিব । এই পদক্ষেপে উত্তৰ-পূব মহাকাশ প্ৰায়োগিক কেন্দ্ৰ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিক গৱেষণাক আগুৱাই নিয়াৰ লগতে অঞ্চলটোত প্ৰযুক্তিগত উন্নতিৰ প্ৰসাৰত সহযোগিতামূলক প্ৰচেষ্টাক আগবঢ়াই নিব বুলি আশা কৰা হৈছে ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd