• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰায় ৯০ ডিগ্ৰী টাৰ্ণ! শ্বেন ৱাৰ্ণ-মুৰলীথৰণ নহয়, চৰ্চাত ‘শতিকাৰ শ্ৰেষ্ঠ ডেলিভাৰী’; চাওক ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2024 12:08 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বল অৱ দ্য চেঞ্চুৰী মনত আছেনে? কিংবদন্তি অষ্ট্ৰেলিয়াৰ লেগ স্পিনাৰৰ সেই ডেলিভাৰী! শ্বেন ৱাৰ্ণৰ মৃত্যু হৈছে যদিও তেওঁৰ বহু কৃতিত্ব ৰৈ গৈছে। তেনে এটা উদাহৰণ হ’ল মাইক গেটিঙক দিয়া ডেলিভাৰীটো। যিটো শতিকাৰ শ্ৰেষ্ঠ ডেলিভাৰী হিচাপে জনাজাত। কেৰিয়াৰৰ প্ৰথমখন টেষ্ট শৃংখলাত মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত যাদুকৰী ডেলিভাৰীৰে মাইক গেটিঙক আউট কৰে ‘যুৱ’ শ্বেন ৱাৰ্নে।

সদ্যহতে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এক নতুন ডেলিভাৰী। প্ৰায় ৯০ ডিগ্ৰী টাৰ্ণ! এইটোকে শতিকাৰ শ্ৰেষ্ঠ ডেলিভাৰী বুলি কি ক’ব পাৰিনে?

লগতে পঢ়কঃ খেল চলি থকাৰ সময়তে খেলপথাৰত বজ্ৰ পৰি মৃত্যু ফুটবলাৰৰ; চাওক শিহৰণকাৰী ভিডিঅ’

Apply Now

শ্বেন ৱাৰ্ণৰ সেই ডেলিভাৰীটো কেতিয়াও পাহৰিব নোৱাৰি। অভাৰ দ্য উইকেট বলিং কৰি আছিল শ্বেন ৱাৰ্নে। লেগ ষ্টাম্পৰ বাহিৰত বল পিটচ কৰে। তাৰ পৰা বিশাল টাৰ্ণ। মাইক গেটিঙৰ অফষ্টাম্পত বলত আঘাত কৰে। মাইক গেটিঙৰ দৰে কিংবদন্তি বেটছমেনেও কিছুসময় ধৰি বুজিবই পৰা নাছিল।

এইটো কেনেকৈ সম্ভৱ? তাকো দ্বিতীয় দিনৰ পিটচত! পিছলৈ এনে বহু ডেলিভাৰীক লৈ চৰ্চা হৈছে। সেইবোৰ শতিকাৰ শ্ৰেষ্ঠ ডেলিভাৰী হ’ব পাৰে নেকি সেই বিষয়েও বিতৰ্ক চলিছে। ইয়াৰে বেছিভাগেই লেগ স্পিন।

unplayable.

via Kuwait Cricket pic.twitter.com/Nx44HdMah6

— That’s So Village (@ThatsSoVillage) February 11, 2024

সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’। কিংবদন্তি মুট্টিয়া মুৰলীথাৰণৰ সৈতে বহু মিল আছে বলাৰগৰাকীৰ একচন। অভাৰ দ্য উইকেট বলিং কৰি আছিল। অফস্পিন। সোঁহতীয়া বেটছমেনগৰাকীয়ে বলটো কাৰ্যতঃ পিটচৰ প্ৰান্তত পৰা দেখিলে। সেয়ে, তেওঁ অফষ্টাম্পৰ বাহিৰলৈ ওলাই গ’ল। কি শ্বট খেলিব! প্ৰায় ৯০ ডিগ্ৰী টাৰ্ণ লৈ বলটোৱে উইকেটত খুন্দা মাৰিলে। ক্ৰিকেটপ্ৰেমীসকলে সেয়া দেখি স্তম্ভিত হৈ পৰিছে।

Ball of the century 😱😱#aakashvani #CricketTwitter pic.twitter.com/GgqTQ0MxzD

— Aakash Chopra (@cricketaakash) February 12, 2024

কেৱল ক্ৰিকেটপ্ৰেমীয়েই নহয়, প্ৰাক্তন ভাৰতীয় অ’পেনাৰ আকাশ চোপ্ৰাও এই ডেলিভাৰীত আপ্লুত হৈছে। সেই ভিডিঅ’টো তেওঁ ছ’চিয়েল মিডিয়াতো পোষ্ট কৰিছে। তেওঁ লগতে লিখিছে, ‘বল অৱ দ্য চেঞ্চুৰী’। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd