• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কৰ’না আতংক; সাময়িকভাৱে ১৫ এপ্ৰিললৈ পিছুৱাই দিয়া হ’ল আই পি এল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 13, 2020 3:32 pm

1 min read

IPL trophy

আই পি এলৰ ট্ৰফী

1.8k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ পাছত ভাৰততো আৰম্ভ হোৱা কৰ’না ভাইৰাছৰ আতংকৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ-২০২০ পোন্ধৰ এপ্ৰিললৈ পিছুৱাই দিয়া হয়।

নিৰ্ধাৰিত কাৰ্য্যক্ৰম অনুসৰি অহা ২৯ মাৰ্চৰ পৰা আই পি এল আৰম্ভ হোৱাৰ কথা আছিল যদিও ভাৰততো কৰ’না ভাইৰাছৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ১৫ এপ্ৰিললৈ ইয়াক পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বিশ্ব স্বাস্থ্য সংস্থাই কৰ’না ভাইৰাছক মহামাৰী ঘোষণা কৰাৰ পাছত ভাৰতে ১৫ এপ্ৰিললৈ বিদেশী লোকৰ বাবে ভাৰতীয় ভিছা বন্ধ কৰি দিছিল।

ভাৰতে বিদেশী লোকৰ বাবে ভিছা বন্ধ কৰি দিয়াৰ পাছত আইপিএলত বিদেশী খেলুৱৈৰ অংশগ্ৰহণত অনিশ্চয়তাই দেখা দিছিল।

আই পি এলৰ দল সমূহে ষ্টেডিয়ামত দৰ্শক বিহীনভাৱে খেলত অংশগ্ৰহণ কৰিবলৈ সাজু আছিল যদিও বিদেশী খেলুৱৈ অবিহনে খেলত অংশগ্ৰহণৰ বাবে সাজু নহয় বুলি জানিব পৰা গৈছে।

আনহাতে, ১৪ মাৰ্চত আই পি এলৰ গৱৰ্ণিং কাউঞ্চিলৰ বৈঠক অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে বিচিচিআইয়ে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা এদিনীয়া শৃংখলাৰ বাকী থকা দুখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল দৰ্শন বিহীন ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd