• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকাশ পালে IPL-2020-ৰ সূচী; অনিশ্চয়তাত ওলমি থাকিল গুৱাহাটী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2020 4:55 pm
Barsapara

বৰ্ষাপাৰাত ৫ জানুৱাৰিত ভাৰত-শ্ৰীলংকা টি-২০-ৰ সময়ৰ এটা দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

IPL-2020-ৰ প্ৰাথমিক খেলবোৰৰ সূচী আজি প্ৰকাশ পাইছে আৰু শংকা কৰা মতেই খেলৰ স্থান হিচাপে গুৱাহাটী এতিয়াও অনিশ্চয়তাৰ মাজতে ওলমি ৰ’ল।

২৯ মাৰ্চত মুম্বাইত মুম্বাই আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ খেলেৰে এইবাৰৰ প্ৰতিযোগিতাখন আৰম্ভ হ’ব।

Apply Now

এইবাৰ গুৱাহাটীত নিচেই কমেও তিনিখন খেল অনুষ্ঠিত হ’ব বুলি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰাৰ লগতে ৰাজস্থান ৰয়েলছৰ সহ-স্বত্বাধিকাৰী মনোজ বেডেলেও যোৱা বছৰৰ ৬ নৱেম্বৰত ঘোষণা কৰিছিল যে দলটোৱে আগন্তুক আই পি এল ছিজনৰ বাবে গুৱাহাটীকো এখন নিজা স্থান (home venue) হিচাপে বিবেচনা কৰিছে।

এই কথাই অসম তথা গুৱাহাটীবাসী ক্ৰিকেটপ্ৰেমী আহ্লাদিত কৰি তুলিছিল।

গুৱাহাটীৰ নিজা দল যদিও নাই ৰাজস্থান ৰয়েলছত অসমৰ যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ চুক্তিবদ্ধ হৈছে আৰু গৃহ চহৰখনত তেওঁৰ যথেষ্ট অনুৰাগী আছে।

কিন্তু আজি ঘোষিত সূচীত দেখা গৈছে যে প্ৰকাশিত সূচীখনত ৫ এপ্ৰিল আৰু ৯ এপ্ৰিলৰ খেলৰ স্থান হিচাপে জয়পুৰৰ সৈতে গুৱাহাটীক এক বিকল্প হিচাপেহে ৰখা হৈছে। দুয়োখন খেলত এটা পক্ষ হ’ল ৰাজস্থান ৰয়েলছ আৰু প্ৰথমখনত আনটো পক্ষ দিল্লী কেপিটেলছ আৰু দ্বিতীয়খনত কলকাতা নাইট ৰাইডাৰ্ছ। দুয়োখন খেলেই সন্ধিয়াত।

উল্লেখ কৰিব পাৰি যে জয়পুৰৰ পৰা গুৱাহাটীলৈ ৰাজস্থান ৰয়েলছৰ খেল স্থানান্তৰ কৰাক লৈ ৰাজস্থান উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰা হৈছে আৰু এই বাতৰি নৰ্থ-ইষ্ট নাওত সবিস্তাৰে প্ৰাকাশ পাইছিল।

আৱেদনখনত আৱেদনকাৰী ৰাহুল কানৱাট, বিমল চন্দ চৌধুৰী আৰু য়োগেছ কুমাৰে ন্যায়ালয়ৰ কাষ চাপি কৈছে যে জয়পুৰৰ বাহিৰলৈ খেল স্থানান্তৰ কৰাটো “ৰাজ্যখনৰ বাবে সন্মানহানিকৰ” হ’ব।

এই আইনী মেৰপেঁচ গুৱাহাটীক নিশ্চিত স্থান হিচাপে সূচীত ঘোষণা নকৰাৰ এটা কাৰণ হ’ব পাৰে।

অৱশ্যে সূচীখন প্ৰকাশ কৰোঁতে কোৱা হৈছে যে এই সূচীত যিকোনো কাৰণত আৰু বি চি চি আইৰ নিৰ্দেশত সালসলনি ঘটিব পাৰে।

এটা সূত্ৰৰ মতে, বি চি চি আইৰ গৱৰ্নিং কাউন্সিলৰ একাংশ সদস্যয়ো গুৱাহাটীত আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ পক্ষপাতী নহয়।

প্ৰসংগক্ৰমে ক’ব পাৰি যে যোৱা ৫ জানুৱাৰিত গুৱাহাটীত অনুষ্ঠিত ভাৰত-শ্ৰীলংকাৰ বাতিল হোৱা খেলখনৰ ঘটনাটোক লৈ বি চি চি আই সুখী নহয়।

[pdf-embedder url=”https://assam.nenow.in/wp-content/uploads/2020/02/2020IPL_MATCH_SCHEDULE_compressed.pdf”]

ভাৰত-শ্ৰীলংকাৰ মাজৰ উক্ত টি-২০ শৃংখলাটোৰ প্ৰথমখন মেচ অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ বিষয়ববীয়াৰ “school boy error” ৰ বাবে বাতিল হ’ব লগীয়া হৈছিল।

খেলখনৰ আৰম্ভণিত হোৱা বৰষুণৰ পিছত অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ গ্ৰাউণ্ড ষ্টাফে সেমেকা পিটছ শুকুৱাবলৈ ইস্ত্ৰি, ভেকুৱাম ক্লিনাৰ আৰু হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰাৰ সময়ত গুৱাহাটীত বি চি চি আইৰ গৱৰ্নিং কাউন্সিলৰ সদস্য মামন মজুমদাৰ উপস্থিত আছিল।

আন এটা সূত্ৰৰ মতে, বি চি চি আইৰ গৱৰ্নিং কাউন্সিলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলো গুৱাহাটী ষ্টেডিয়ামৰ অৱস্থা আৰু অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ প্ৰস্তুতিক লৈ আশ্বস্ত নহয়।

আনহাতে এপ্ৰিলত গুৱাহাটীত বৰষুণৰ সম্ভাৱনাও শেষ মুহূৰ্তত বাতিলৰ এটা কাৰণ হৈ উঠিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd