DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰতলৈ উভটি আহিল আইপিএল, বিচিচিআইৰ সিদ্ধান্তক আদৰণি আৰ পি সিঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2021 5:20 pm
174
VIEWS
Share on FacebookShare on Twitter
দেওবাৰে বিচিচিআইয়ে আইপিএলৰ চতুৰ্দশ সংস্কৰণৰ সূচী ঘোষণা কৰে।
দুবছৰৰ পাছত ঘৰুৱা মাটিত ক্ৰিকেট টুৰ্ণামেণ্টটো অনুষ্ঠিত হ’ব।
৯ এপ্ৰিলৰ পৰা চেন্নাইত আৰম্ভ হ’ব লগা টুৰ্ণামেণ্টখনৰ প্ৰথম মেচখন অনুষ্ঠিত হ’ব যোৱাবাৰৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মাজত।
টীম ইণ্ডিয়াৰ প্ৰাক্তন ফাষ্ট বলাৰ আৰ.পি. সিঙে বিচিচিআইৰ এই সিদ্ধান্তটোক আদৰণি জনাইছে।

এটা টুইটযোগে প্ৰাক্তন ক্ৰিকেটাৰজনে কয় যে আইপিএল পুনৰ ভাৰতলৈ উভটি অহাত ভাল লাগিছে।

Good to see #IPL back in India. Final in #Ahmedabad will break crowd record? pic.twitter.com/ZcmwYqmcQs

— R P Singh रुद्र प्रताप सिंह (@rpsingh) March 7, 2021

তদুপৰি তেওঁ টুইটটোত নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ ফটো সংলগ্ন কৰি প্ৰত্যাশা যে আইপিএলৰ ফাইনেলত অভিলেখসংখ্যক দৰ্শক দেখা পোৱা যাব।
টুৰ্ণামেণ্টখনৰ ফাইনেলখন অনুষ্ঠিত হ’ব আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত।
বিশ্বৰ ভিতৰতে বিশাল ক্ৰিকেট ষ্টেডিয়ামখনত ১৩২,০০০টা চিট আছে।

উল্লেখযোগ্য ২০০৯ চনত অনুষ্ঠিত টুৰ্ণামেণ্টখনৰ দ্বিতীয় সংস্কৰণত টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ডেক্কান চাৰ্জাৰ্ছৰ হৈ ১৬ খন মেচত ২৩টাকৈ উইকেট দখল কৰি পাৰ্পল কেপ লাভ কৰিছিল।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd