• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎকণ্ঠাৰ অন্ত: অনুষ্ঠিত হ’ব আইপিএল, কেতিয়া- ক’ত হ’ব খেল জনালে বিচিচিআইয়ে

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2021 5:34 pm
ipl
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড-১৯ৰ বাবে ৪ মে’ত স্থগিত ৰাখিব লগা হোৱা চলিত বৰ্ষৰ আইপিএলৰ বাকী থকা মেছ সমূহ পুনৰ খোলোৱা হ’ব।নিয়ম অনুসৰি সকলো খেল খোলোৱাৰ পিছত আইপিএলৰ ফাইনেল খেলো অনুষ্ঠিত কৰা হ’ব।

কিন্তু ক’ত অনুষ্ঠিত কৰা হ’ব আইপিএলৰ খেল সমূহ? আজি সকলো উৎকণ্ঠাৰ অৱসান ঘটাই বিচিচিআইয়ে আইপিওলৰ বাকী থকা খেল সমূহৰ লগতে ফাইনেল খেলৰ ভেন্যু নিশ্চিত কৰাৰ লগতে খেলৰ তাৰিখো নিৰ্ধাৰণ কৰিছে। সেই অনুসৰি সংযুক্ত আৰৱ আমিৰশ্বাহীত খেলোৱা হ’ব আইপিএলৰ খেল সমূহ।

Apply Now

সেইমৰ্মে অহা ১৯ ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰশ্বাহীত অনুষ্ঠিত কৰা হ’ব আইপিএলৰ নতুন টুৰ্ণামেণ্ট।টুৰ্ণামেণ্টৰ ফাইনেল অনুষ্ঠিত কৰা হ’ব ১৫ অক্টোৱৰৰ দিনা।

বিচিচিআই আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ক্ৰিকেট বোৰ্ডৰ মাজত ইতিমধ্যে এই বিষয়ত আলোচনা সম্পূৰ্ণ হৈছে বুলি আজি বিচিচিআইৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে। ২৫ দিনৰ ভিতৰতে আইপিএলৰ খেল সমূহ খেলোৱাৰ সিদ্ধান্তও লোৱা হৈছে।

উল্লেখ্য ক’ৰ’নাতংকৰ বাবেই স্থগিত ৰখা হৈছিল চলিত বৰ্ষৰ আইপিএলৰ বহু কেইখন খেল।
বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই খেল স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল।
টুৰ্ণামেণ্টৰ কেইবাজনো খেলুৱৈ ক’ভিডত আক্ৰান্ত হোৱাৰ পাছতেই বিচিচিআইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।
আইপিএল স্থগিত ৰাখিবলৈ বম্বে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ পাছতে আইপিএল স্থগিত ৰখা হৈছিল।

একেধৰণৰ এখনি আবেদন দিল্লী উচ্চ ন্যায়ালয়তো দাখিল কৰা হৈছিল।

স্থগিত কৰাৰ আগলৈকে চলিত বৰ্ষৰ আইপিএলৰ ২৯খন মেচ খেলোৱা হৈছিল।

উল্লেখযোগ্য যে খেল চলি থকাৰ মাজতে টুৰ্ণামেণ্টখনৰ কেইবাজনো ক্ৰিকেটাৰ আৰু দলীয় কৰ্মী ক’ভিডত আক্ৰান্ত হৈছিল।

কিন্তু ইয়াৰ মাজতো আশা এৰি দিয়া নাছিল বিচিচিআইয়ে।

চলিত বৰ্ষতেই আইপিএলৰ বাকী থকা মেচকেইখন খেলাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিল ব’ৰ্ডে।
উল্লেখযোগ্য যে আইপিএল স্থগিত ৰখাত ৩১ খনকৈ মেচ খেলাবলৈ থাকি গ’ল।

ভাৰতৰ ক’ভিড পৰিস্থিতিলৈ লক্ষ্য ৰাখি ভাৰতৰ বাহিৰৰ কোনো দেশত সেই খেল সমূহ আয়োজন কৰা হ’ব পাৰে বুলি চৰ্চা চলিছিল।

ইয়াৰ মাজতে আজি সংযুক্ত আৰৱ আমিৰশ্বাহীত আইপিএল খেলোৱা হ’ব বুলি সিদ্ধান্ত লোৱা হয়।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd