• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আইপিএল নিলামত টকাৰ উজান: ১৮.৫ কোটি টকাৰে আইপিএল ইতিহাসত সৰ্বাধিক দৰত বিক্ৰী খেলুৱৈত পৰিণত চেম কোৰান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2022 6:33 pm
IPL Auction
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আইপিএল- ৰ ১৬ তম সংস্কৰণৰ বাবে আজি খেলুৱৈৰ নিলামত অংশ লৈছে ফ্ৰেন্সাইজি সমূহে। আজি অনুষ্ঠিত হোৱা নিলামত ভংগ হয় পূৰ্বৰ সকলো অভিলেখ।

প্ৰত্যাশিতভাৱেই আজিৰ নিলামত চাৰিগৰাকী ক্ৰিকেটাৰৰ বিপৰীতে সোঁত বয় অৰ্থৰ। ইংলেণ্ডৰ তিনি খেলুৱৈ ক্ৰমে চেম কোৰান, বেন ষ্ট’কছ, হেৰী ব্ৰুক আৰু অষ্ট্ৰেলিয়াৰ কেমেৰ’ন গ্ৰীনে নিলামত লাভ কৰে বিপুল পৰিমাণৰ দৰ।

Apply Now

অলৰাউণ্ডাৰ চেম কোৰানক সৰ্বাধিক ১৮.৫ কোটি টকাত ক্ৰয় কৰে পঞ্জাব কিংছে। এইদৰে কোৰান আইপিএল- ৰ ইতিহাসত সৰ্বাধিক দৰত বিক্ৰী হোৱা খেলুৱৈত পৰিণত হয়।

আনহাতে অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ গ্ৰীনে লাভ কৰে নিলামৰ দ্বিতীয় সৰ্বাধিক দৰ। গ্ৰীনক ১৭.৫ কোটি টকাত ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে। ইফালে ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছক ১৬.২৫ কোটি টকাত চেন্নাই ছুপাৰ কিংছ আৰু হেৰী ব্ৰুকক ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৩.২৫ কোটি টকাত ক্ৰয় কৰে।

ৱেষ্ট ইণ্ডিজৰ উইকেটকীপাৰ বেটাৰ নিকোলাছ পুৰাণক ১৬ কোটি টকাত লক্ষ্ণৌ ছুপাৰজায়েণ্টছে ক্ৰয় কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ হেনৰিক ক্লাচেনক ছানৰাইজাৰ্ছ হায়দৰাবাদে ৫.২৫ কোটি টকাত ক্ৰয় কৰিছে। ৱেষ্ট ইণ্ডিজৰে জেচন হ’ল্ডাৰে ৰাজস্থান ৰয়েলছৰ দ্বাৰা লাভ কৰে ৫.৭৫ কোটি টকাৰ দৰ।

বৰ্তমানলৈকে এই পাঁচগৰাকী খেলুৱৈৰ দৰ ১০ কোটি টকাতকৈ অধিক পৰিমাণলৈকে উঠিছে। ইফালে নিলামত হঠাতে দৰ বৃদ্ধি পায় আনকেপড অল ৰাউণ্ডাৰ বিভ্ৰান্ত শৰ্মাৰ। খেলুৱৈ গৰাকীক ছানৰাইজাৰ্ছ হায়দৰাবাদে ২.৬০ কোটি টকাত ক্ৰয় কৰে।

আনহাতে ভাৰতীয় তাৰকা খেলুৱৈ মায়াংক আগৰৱালাকো ৮.২৫ কোটি টকাত ক্ৰয় কৰিছে হায়দৰাবাদে। ইংলেণ্ডৰ বেগী বলাৰ ৰিচ টপলীক ১.৯০ কোটি টকাত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে ক্ৰয় কৰে।

ইংলেণ্ডৰ লেগ-স্পিনাৰ আদিল ৰছিদক ছানৰাইজাৰ্ছ হায়দৰাবাদে ২ কোটি টকাৰ বিনিময়ত দলত অন্তৰ্ভুক্ত কৰে। আনহাতে যোৱাবাৰৰ ছিজনত ১৬ কোটি টকা লাভ কৰা কেন উইলিয়ামচনক ২ কোটি টকাত ক্ৰয় কৰিছে গুজৰাট টাইটানছে।

নিলামত ৫ কোটিতকৈ অধিক দৰ লাভ কৰি বিশেষভাৱে চৰ্চালৈ আহিছে দুগৰাকী যুৱ ভাৰতীয় পেচাৰ। পেচাৰ শিৱম মাভিক গুজৰাট টাইটানছে ৬ কোটি টকাত আৰু মুকেশ কুমাৰক ৫.৫ কোটি টকাত ক্ৰয় কৰে দিল্লী কেপিটেলছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

August 12, 2026 8:08 am
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

August 12, 2026 8:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd