DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডা০ বেদ চতুৰ্বেদীলৈ ইণ্ডিয়ান ৰুমাট’লজি এছোচিয়েশ্যনৰ সৰ্বোচ্চ সন্মান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2018 10:25 am
Dr Ved Chaturvedi
533
VIEWS
Share on FacebookShare on Twitter

বিখ্যাত ৰুমাট’লজিষ্ট ড০ বেদ চতুৰ্বেদীলৈ আগবঢ়োৱা হৈছে ইণ্ডিয়ান ৰুমাট’লজি এছোচিয়েশ্যনৰ সৰ্বোচ্চ সন্মান। উল্লেখ্য যে ৰুমাট’লজি হৈছে বিভিন্ন প্ৰকাৰৰ জোৰা আৰু পেশীৰ বিষ চিকিৎসা কৰা আধুনিক চিকিৎসা বিজ্ঞানৰ এটা শেহতীয়া শাখা।

গুৱাহাটীত অনুষ্ঠিত এখন বাৰ্ষিক আলোচনাচক্ৰত দিল্লীস্থিত ৰুমাট’লজিষ্ট ডা০ চতুৰ্বেদীক  ইণ্ডিয়ান ৰুমাট’লজি এছোচিয়েশ্যনৰ তৰফৰ পৰা এই বঁটা প্ৰদান কৰা হয়।

উল্লেখ্য যে ছাৰ গ্ৰাহাম হস্পিটেলত যোগদান কৰাৰ পূৰ্বে ড০ চতুৰ্বেদী ভাৰতীয় সেনাবাহিনীৰ মুৰব্বী চিকিৎসা বিষয়াৰ পদবীত আছিল। তেওঁৰ গুৱাহাটীস্থ সেনাৰ বেছ হস্পিটেলৰ (BH) সঞ্চালকৰ পদতো আছিল। ২০০৯ চনত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ সময়ত তেওঁ আহতসকললৈ নিৰৱিচ্চিন্নভাৱে সেৱা আগবঢ়াইছিল।

সুদীৰ্ঘ বছৰ ধৰি ভাৰতৰ ৰুমাট’লজি বিজ্ঞানলৈ তেওঁ আগবঢ়োৱা বৈজ্ঞানিক আৰু প্ৰশাসনিক সেৱাৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে।

তেওঁৰ জইণ্ট আল্ট্ৰাছাউণ্ড আৰু গাঁঠিৰ বিষৰ বাবে দিয়া ‘বায়লজিকছ’ (Biologics)নামৰ নতুন ঔষধ আদি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰিছিল। বহু প্ৰকাৰৰ আৰ্থাইটিছ ৰোগৰ চিকিৎসাৰ ওপৰত তেওঁ গৱেষণা কৰিছিল।

এইবাৰ প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান ৰুমাট’লজি এছোচিয়েশ্যনে গুৱাহাটীত সংস্থাটোৰ বাৰ্ষিক আলোচনাচক্ৰ অনুষ্ঠিত কৰিছে। কালি ৭ ডিচেম্বৰ শুকুৰবাৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত চিকিৎসকগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত উপস্থিত আছিল আমেৰিকান কলেজ অব ৰুমাট’লজি আৰু এছিয়া পেচিফিক লীগ অব এছোচিয়েশ্যন ফৰ ৰুমাট’লজি ছচাইটীৰ সভাপতি দুগৰাকী উপস্থিত আছিল।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd