• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে ট্ৰাম্পৰ কন্যাক হত্যাৰ ষড়যন্ত্ৰ; আছে ইৰানৰ সংযোগ! দাবী প্ৰতিবেদনত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2026 2:27 pm
57
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২০ চনত আমেৰিকাই ইৰাণৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষ কাছেম ছোলেমনীক হত্যা কৰিছিল। প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰা হৈছিল।

ইভাংকাক হত্যা কৰিবলৈ মহম্মদ বাকৰ ছাদ দাউদ আল-ছাদি নামৰ এজন ইৰাকী নাগৰিকে সকলো ধৰণৰ পৰিকল্পনা কৰিছিল। ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ড (আৰ জি চি)ৰ দ্বাৰা তেওঁক প্ৰশিক্ষণ দিয়া হৈছিল। আমেৰিকাৰ সংবাদ মাধ্যম ‘নিউয়ৰ্ক পোষ্ট’ৰ এক প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে।

Apply Now

আঠ দিন পূৰ্বে তুৰস্কত গ্ৰেপ্তাৰ কৰা হৈছে ৩২ বছৰীয়া আল-ছাদিক। পিছত তেওঁক আমেৰিকালৈ লৈ যোৱা হয়। বৰ্তমান তেওঁ ব্ৰুকলিনৰ জেলত আছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আল-ছাদি ইভাংকাক হত্যা কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ বুলি অভিযোগ উত্থাপন হৈছে। ট্ৰাম্পৰ পৰা ট্ৰাম্পৰ কন্যাৰ ফ্ল’ৰিডা বাসগৃহৰ ব্লুপ্ৰিণ্টো উদ্ধাৰ কৰা হয়।

ৱাশ্বিংটনত থকা ইৰাকৰ দূতাবাসৰ এজন বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে, “ছোলেমানীক হত্যা কৰাৰ পিছত আল ছাদিয়ে ইভাংকাক হত্যা কৰিব লাগে আৰু ট্ৰাম্পৰ ঘৰ জ্বলাই দিব লাগে বুলি বিভিন্ন স্থানত কৈ ফুৰিছিল।”

নিউয়ৰ্ক পোষ্টৰ বাতৰি অনুসৰি আল ছাদিয়ে নিজৰ হেণ্ডেল এক্সত ইভাংকা আৰু তেওঁৰ স্বামী জেৰেড কুছনাৰৰ ফ্ল’ৰিডাৰ বাসগৃহৰ মানচিত্ৰ পোষ্ট কৰিছিল। সেই পোষ্টটোত তেওঁ আৰবী ভাষাত লিখিছে, “মই আমেৰিকানসকলক ক’ব বিচাৰো, ছবিখন চাওক। এই ৰাজপ্ৰসাদ বা ছিক্ৰেট চাৰ্ভিচে আৰু কোনেও আপোনাক বচাব নোৱাৰে। আমি আপোনালোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো। প্ৰতিশোধ মাথোঁ সময়ৰ কথা।”

প্ৰতিবেদন অনুসৰি আল ছাদিৰ জন্ম হৈছিল ইৰাকত। পিছত তেওঁ তেহৰাণলৈ গুচি যায়। তাতেই তেওঁ আই আৰ জি চিৰ পৰা প্ৰশিক্ষণ লয়। সশস্ত্ৰ সংগঠন কাটাইব হিজবুল্লাহৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে। আমেৰিকান আৰু ইহুদীক লক্ষ্য কৰি লোৱা কেইবাটাও আক্ৰমণত আল ছাদি জড়িত বুলি অভিযোগ উত্থাপন কৰিছে আমেৰিকা প্ৰশাসনে। কাকতলীয়াভাৱে ২০০৯ চনত কুছনাৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ইভাংকাই ইহুদী ধৰ্ম গ্ৰহণ কৰে।

মাৰ্চ মাহত আমষ্টাৰডামৰ বেংক অৱ নিউয়ৰ্ক মেলন বিল্ডিঙত সংঘটিত হোৱা ফায়াৰ বোম্বিং আক্ৰমণৰ সৈতে ছাদি জড়িত হৈ পৰিছে। এপ্ৰিল মাহত লণ্ডনত দুজন ইহুদীক ছুৰীৰে আঘাত কৰা আৰু শেহতীয়াকৈ টৰন্টোত আমেৰিকাৰ কনছুলেটৰ ওচৰত গুলীচালনাৰ অভিযোগো আছে আল-ছাদিৰ বিৰুদ্ধে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd