• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

৫০০ লোকক হত্যা কৰি আমেৰিকাৰ সৈতে বিচাৰিছে ইৰাণে : ড’নাল্ড ট্ৰাম্পৰ বিস্ফোৰক দাবী

by
January 12, 2026 9:22 pm
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণত চলি থকা ইছলামী শাসন বিৰোধী আন্দোলনৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক চাঞ্চল্যকৰ দাবী কৰিছে। তেওঁ জনাইছে যে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনেইৰ নেতৃত্বত থকা চৰকাৰে তেওঁৰ সৈতে আলোচনা কৰিবলৈ ফোন কৰিছিল।

ট্ৰাম্পৰ মতে, ইৰাণৰ নিৰাপত্তাবাহিনীয়ে এতিয়ালৈকে প্ৰায় ৫০০ জন প্ৰতিবাদকাৰীক হত্যা কৰিছে আৰু এনে পৰিস্থিতিৰ মাজতে তেওঁলোকে আলোচনাৰ বাট বিচাৰিছে। দেওবাৰে ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে সামৰিক পদক্ষেপ লোৱাৰ হুংকাৰ দিছে যদিও এটা বৈঠকৰো আয়োজন চলি থকা বুলি তেওঁ ইংগিত দিছে। অৱশ্যে তেওঁ স্পষ্ট কৰি দিছে যে বৈঠকৰ আগতেই আমেৰিকাই প্ৰয়োজন সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ট্ৰাম্পে কয় যে ইৰাণৰ মানুহে স্বাধীনতা বিচাৰিছে আৰু আমেৰিকা তেওঁলোকক সহায় কৰিবলৈ সাজু আছে।

Apply Now

সংবাদ সংস্থা এপি-ৰ ৰিপৰ্ট অনুসৰি ইৰাণত এতিয়ালৈকে ৫৩৮ জন প্ৰতিবাদকাৰী নিহত হৈছে আৰু দহ হাজাৰতকৈও অধিক লোকক আটক কৰা হৈছে। এই সংকটপূৰ্ণ সময়ত ইৰাণৰ ৰাষ্ট্ৰপতি সুদ পেজেশকিয়ানে প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনাত বহাৰ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ কৈছে যে জনসাধাৰণৰ সমস্যা সমাধান কৰাটো চৰকাৰৰ কৰ্তব্য আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে চৰকাৰে প্ৰতিশ্ৰুতি দিছে। পেজেশকিয়ানে লগতে জনাইছে যে শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ সকলোৰে আছে, কিন্তু যিসকলে দেশত বিশৃংখলাৰ সৃষ্টি কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব।

ইফালে ইৰাণৰ নিৰ্বাসিত যুৱৰাজ ৰেজা পহলৱীয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে ৰাষ্ট্ৰপতি ট্ৰাম্পক সহায়ৰ বাবে আবেদন জনাইছে। বৰ্তমান ইৰাণৰ ৰাজধানী তেহৰানকে ধৰি সমগ্ৰ দেশতে তীব্ৰ আন্দোলন চলি আছে। ইৰাণৰ জনসাধাৰণে আকাশলংঘী মুদ্ৰাস্ফীতি আৰু ভাঙি পৰা অৰ্থনীতিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে। বহু ঠাইত সাধাৰণ ৰাইজে নিৰাপত্তাবাহিনীক ওলোটাই খেদি পঠোৱা দেখা গৈছে। ২০২২ চনত মাহছা আমিনীৰ মৃত্যুৰ পিছত হোৱা গণ আন্দোলনৰ পিছত এয়াই দেশখনৰ আটাইতকৈ ডাঙৰ বিদ্ৰোহ বুলি ধৰা হৈছে। প্ৰতিবাদকাৰীসকলে বহু ঠাইত নিৰ্বাসিত যুৱৰাজ ৰেজা পহলৱীৰ সমৰ্থনত শ্লোগান দিছে, যাৰ পিতৃ ১৯৭৯ চনৰ ইছলামী বিপ্লৱৰ সময়ত দেশ এৰি পলাই গৈছিল। আনহাতে ইৰাণ চৰকাৰে এই সমগ্ৰ অস্থিৰতাৰ বাবে আমেৰিকাক দোষাৰোপ কৰিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd