• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইৰাণৰ নতুন শীৰ্ষতম নেতা মোজতাবা খামেনেই হেৰুৱালে ভৰি, দাবী প্ৰতিবেদনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2026 4:10 pm
78
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ ৰাজনৈতিক পৰিস্থিতি সম্প্ৰতি অত্যন্ত উত্তপ্ত হৈ পৰিছে। শেহতীয়াকৈ এক বাতৰি অনুসৰি ইৰাণৰ নতুন উচ্চতম নেতা মোজতাবা খামেনেইৰ অৱস্থা অতি সংকটজনক। তেওঁ বৰ্তমান এখন হাস্পতালত ক’মাত আছে বুলি জানিব পৰা গৈছে। ব্ৰিটিছ সংবাদ মাধ্যম দ্য ছানৰ এক প্ৰতিবেদনত কোৱা হৈছে যে পিতৃ আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যু হোৱা সেই ভয়াৱহ বিমান আক্ৰমণৰ সময়তে মোজতাবাও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। এই আক্ৰমণত তেওঁৰ অন্ততঃ এখন ভৰি চিগি যোৱাৰ লগতে পেট আৰু যকৃততো গুৰুতৰ আঘাত পাইছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

তেহৰাণৰ চিনা ইউনিভাৰ্চিটি হাস্পতালত অতি কটকটীয়া নিৰাপত্তাৰ মাজত তেওঁক চিকিৎসাধীন কৰি ৰখা হৈছে। হাস্পতালখনৰ যিটো কক্ষত তেওঁক ৰখা হৈছে, সেই অংশটো সম্পূৰ্ণৰূপে ছীল কৰি দিয়া হৈছে আৰু বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। ইৰাণৰ স্বাস্থ্য মন্ত্ৰী তথা অভিজ্ঞ ট্ৰমা চাৰ্জন মহম্মদ ৰেজা জাফাৰগাণ্ডীৰ তত্ত্বাৱধানত তেওঁৰ চিকিৎসা চলিছে। বাতৰি অনুসৰি, তেওঁৰ অৱস্থা অতি গুৰুতৰ হোৱাৰ বাবেই চৰকাৰী পক্ষই পৰিস্থিতিটো অতি গোপনে ৰখাৰ চেষ্টা চলাইছে।

Apply Now

ইফালে, দেশৰ শাসন ব্যৱস্থা যাতে অচল হৈ নপৰে, তাৰ বাবে ইৰাণৰ চৰকাৰী টেলিভিছনত মোজতাবাৰ নামত এক বিবৃতি পাঠ কৰা হৈছে। এই বিবৃতিটো নিজে নেতাগৰাকীয়ে পঢ়া নাই, বৰঞ্চ এজন সংবাদ এংকৰৰ জৰিয়তে প্ৰচাৰ কৰা হৈছে। বিবৃতিটোত ইৰাণে ইয়াৰ প্ৰতিশোধ ল’ব আৰু আঞ্চলিক জাহাজ চলাচলত বাধা দিব বুলি সকীয়নি দিয়া হৈছে। ইৰাণৰ সামৰিক বিশ্লেষকসকলৰ মতে, দেশখনৰ যুদ্ধ কৌশল বা সামৰিক অভিযানসমূহৰ বাবে এতিয়াও কোনো এজন সক্ৰিয় নেতাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ প্ৰয়োজন নাই, কিয়নো পূৰ্বৰ নেতাই গঢ়ি থৈ যোৱা ব্যৱস্থাই স্বয়ংক্রিয়ভাৱে কাম কৰি আছে। অৱশ্যে, ইৰাণৰ ভিতৰচৰাত ইণ্টাৰনেটৰ ওপৰত লগোৱা নিষেধাজ্ঞাৰ বাবে এই খবৰবোৰৰ সত্যতা স্বতন্ত্ৰভাৱে প্ৰমাণ কৰা কঠিন হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd