DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৃত্যুৰ পূৰ্বে অভিনেতা ইৰফান খানে কৰি থৈ গ’ল এক ডাঙৰ কাম; এতিয়া বন্ধুৱে কৰিলে সদৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2020 11:18 am
irrfan-khan-actor-life-of-pi_wide-ecd711272496979d56cf698e141c2563b6c0a5b2

প্ৰয়াত অভিনেতা ইৰফান খানৰ ফাইল ফটো। উৎস: ইন্টাৰনেট

141.4k
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ প্ৰসিদ্ধ অভিনেতা ইৰফান খানৰ মৃত্যৰ এমাহ পূৰ্ণ হ’ল। যোৱা ২৯ এপ্ৰিলত অভিনেতাগৰাকীয়ে কৰ্কট ৰোগৰ সৈতে যুঁজত হাৰ মানি ইহ সংসাৰৰ পৰা বিদায় লৈছিল।

অভিনেতাগৰাকীৰ মৃত্যুৰ পাছৰে পৰা ছ’চিয়েল মিডিয়াকে ধৰি সকলোতে ইৰফান খানৰ অনুৰাগীসকলে ব্যাপক ৰূপত তেওঁৰ ফ’টো, স্মৃতিকথা তথা ছবিৰ নিৰ্বাচিত দৃশ্যাংশ শ্বেয়াৰ কৰি আহিছে।

নিজৰ মৃত্যুৰ পূৰ্বে অভিনেতাগৰাকীয়ে ক’ৰ’না ভাইৰাছৰ সৈতে সম্পৰ্কিত লোকসকলৰ বাবে দান কৰি থৈ গৈছিল।

এই কথা ইৰফান খানৰ এগৰাকী নিকট বন্ধুৱে এতিয়া সদৰী কৰিছে।

ইৰফান খানৰ বন্ধু জিয়াউল্লাই জানিবলৈ দিয়ে যে ক’ৰ’না ভাইৰাছৰ বাবে তেওঁ এটা দলৰ সৈতে পুঁজি সংগ্ৰহ কৰিছিল।

জয়পুৰত ইৰফান খানৰ জ্যেষ্ঠ ভাতৃ গৰাকীয়ে তেওঁলোকক সহায়ৰ বাবে আগবাঢ়ি আহে।

ইপিনে, জ্যেষ্ঠ ভাতৃৰ লগতে ইৰফান খানেও সেই সময়তে দান আগবঢ়ায়। কিন্তু দান দিয়াৰ সময়ত তেওঁ এটা চৰ্ত ৰাখে।

ইৰফানে তেওঁলোকক চৰ্ত দিয়ে যে এই বিষয়ে যাতে কোনোৱে কেতিয়াও গম নাপায়।

বন্ধুগৰাকীয়ে জানিবলৈ দিয়া মতে, ইৰফান খানৰ কথা আছিল যে দান নোকোৱাকৈয়ে কৰা হয়। বাঁওহাতেৰে কি দিয়া হ’ল সেয়া সোঁহাতখনে গম পাব নালাগে।

বন্ধুগৰাকীয়ে লগতে কয় যে তেওঁ এতিয়া এই কথা এই কাৰণেই সদৰী কৰিছে কিয়নো ইৰফান খান এতিয়া আৰু এই জগতত নাই।

তেওঁ জীয়াই থকাহেঁতেন এই কথা কেতিয়াও প্ৰকাশ নকৰিলেহেঁতেন বুলি জিয়াউল্লাই কয়।

তেওঁ কয় যে ইৰফান খান গুচি যোৱাৰ পাছত তেওঁৰ প্ৰতিটো ভাল কামৰ কথা সকলোকে জনোৱাতো এটা দায়িত্ব যাতে মানুহৰ অন্তৰত তেওঁৰ প্ৰতি সন্মান আৰু বৃদ্ধি পায়।

ইৰফান খানৰ মৃত্যুৰ এমাহ পাছত পত্নী সুতপা শিকদাৰে এনেকুৱা কিছুমান আবেগ জড়িত প’ষ্ট শ্বেয়াৰ কৰে।

Recent News

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Fake encounter in Assam

ভুৱা এনকাউণ্টাৰ: দুই আৰক্ষী বিষয়াক ৭ লাখ টকাকৈ ক্ষতিপূৰণ আদায়ৰ দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd