• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যোৱা মাহটোৰ কেবাদিনো কান্দি থাকিল বলিউদৰ প্ৰয়াত অভিনেতা ইৰফান খানৰ পত্নীয়ে; কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2021 3:00 pm
928032-irrfan-khan-sutapa-sikdar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লেখিকা তথা বলিউদৰ জনপ্ৰিয় অভিনেতা প্ৰয়াত ইৰফান খানৰ পত্নী সুতাপা শিকদাৰে যোৱা মাহত নিজৰ ক্ৰন্দন নিয়ন্ত্ৰণ কৰিব পৰা নাছিল।

এক সাক্ষাৎকাৰত লেখিকা সুতাপা শিকদাৰে নিজেই এই কথা প্ৰকাশ কৰিছে।

Apply Now

স্মৰ্তব্য যে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ যোৱা বৰ্ষৰ ২৯ এপ্ৰিলত মুম্বাইৰ নিজা বাসগৃহত মৃত্যু হৈছিল দেশৰ অন্যতম প্ৰতিভাশালী অভিনেতা ইৰফান খানৰ। আজি ইৰফান খানৰ প্ৰথম মৃত্যু বাৰ্ষিকী।

অভিনেতাগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনাই পত্নী সুতাপাই স্বামীৰ অবৰ্তমানক এতিয়াও গ্ৰহণ কৰিব পৰা নাই বুলি প্ৰকাশ কৰিছে।

সাক্ষাৎকাৰটোত সুতাপাই কয় যে মানুহৰ সন্মুখত তেওঁ কান্দিব নোৱাৰে। কিন্তু যোৱা মাহত জয়পুৰৰ এখন বিয়ালৈ গৈ তাত নিজৰ ক্ৰন্দন নিয়ন্ত্ৰণ কৰিব নোৱাৰা বুলিও প্ৰকাশ কৰিছে।

“মই নিজকে শক্তিশালী কৰিবলৈ চেষ্টা কৰি আহিছো। কিন্তু নিজে শক্তিশালী হোৱাৰ ভাও ধৰিহে আহিছো। কাৰণ মোৰ ওপৰত পৰিয়ালৰ সমস্ত দায়িত্ব মোৰ ওপৰতে আছে।” সুতাপাই কয়।

“মোৰ আৱেগৰ সন্মুখত বিবেক যেন পৰাস্ত হৈ যায়। আচলতে মনটোহে আৱেগক নিয়ন্ত্ৰণ কৰি থাকে। মই মানুহৰ সৈতে কথা নেপাতো (এনেবোৰ বিষয়ে), কাৰণ মানুহৰ আগত কান্দিবলৈ মই সাংঘাটিক লজ্জা অনুভৱ কৰো। সম্ভৱতঃ সেই কাৰণে মই তেতিয়া যিমান কান্দিব লাগিছিল সিমান কান্দিব পৰা নাছিলো আৰু সেইবাবে চাগে মোৰ ভিতৰত বহু কান্দোন ভৰ্তি হৈ আছে।” সুতাপাই পুনৰ কয়।

যোৱা মাহত পৰিয়ালৰ এখন বিয়াৰ বাবে সুতাপাই মুম্বাইৰ পৰা জয়পুৰলৈ যাব লগা হৈছিল। আৰু তাত পৰিয়ালৰ মানুহৰ মুখামুখি হোৱাৰ পিছতে তেওঁ নিজৰ কান্দোন নিয়ন্ত্ৰণ কৰিব পৰা নাছিল বুলি প্ৰকাশ কৰিছে।

“যেতিয়া মই তাত পালোগৈ, তাত মই কেৱল কান্দিয়েই থাকিলো। নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰি মই ৭-৮ দিন কান্দিয়ে থাকিলো। কিয় কান্দি থাকিলো সেয়া মই নিজেই নেজানো। হয়তো মোৰ সন্তান দুটি লগত নথকাৰ বাবেই বেছি কান্দোন ওলাইছিল, মই অকলে তালৈ গৈছিলো।” সুতাপাই পুনৰ কয়।

উল্লেখ্য যে ইৰফান খান আৰু সুতাপা শিকদাৰৰ ববিল আৰু আয়ান নামৰ দুটা সন্তান আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd