• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ফল আৰু গাখীৰ একেলগে খালে সঁচাকৈয়ে বিষক্ৰিয়া হয় নেকি? জানক বিশেষজ্ঞৰ মত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2026 6:40 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ মাজৰ বহুতৰে এটা অভ্যাস আছে যে ৰাতিপুৱাৰ আহাৰত গাখীৰ আৰু ফল একেলগে খায়। বহুতে ভাবে যে এনেদৰে খালে শৰীৰে অধিক পুষ্টি পায়। কিন্তু আন বহু লোকৰ মনত আকৌ এটা ভয় থাকে যে ফলত থকা এচিডৰ বাবে গাখীৰ ফাটি যাব পাৰে আৰু ই শৰীৰৰ বাবে ক্ষতিকৰ হ’ব পাৰে। এই বিষয়টো লৈ জনমানসত চলি থকা ভুল ধাৰণা ভাঙিবলৈ আগবাঢ়ি আহিছে ফিটনেছ কোচ ৰালষ্টন ডি’ছুজা। শেহতীয়াকৈ তেওঁ এই বিষয়ত এটা গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়াই মানুহৰ মনৰ পৰা পুৰণি ভয় দূৰ কৰিবলৈ চেষ্টা কৰিছে।

সাধাৰণতে মানুহে ভাবে যে ভিটামিন চি থকা টেঙা ফলৰ সৈতে গাখীৰ খালে গাখীৰ নষ্ট হৈ যায় আৰু ইয়াৰ ফলত পেটৰ বিভিন্ন সমস্যা হ’ব পাৰে। কিন্তু ৰালষ্টনে স্পষ্ট কৰি দিছে যে গাখীৰ ফাটি যোৱা বা জমাট বন্ধা প্ৰক্ৰিয়াটো কোনো অস্বাভাৱিক কথা নহয়। তেওঁৰ মতে আমাৰ শৰীৰৰ ভিতৰতো এই প্ৰক্ৰিয়াটো অতি স্বাভাৱিকভাৱেই ঘটে। গাখীৰত কেচিন নামৰ এবিধ প্ৰ’টিন থাকে যিটো সাধাৰণতে তৰল অৱস্থাত থাকে। কিন্তু যেতিয়াই গাখীৰৰ সৈতে নেমুৰ ৰস বা ফলৰ দৰে এচিডিক উপাদান মিহলি কৰা হয়, তেতিয়াই ইয়াৰ গুণাগুণ সলনি হয় আৰু গাখীৰ ফাটিবলৈ আৰম্ভ কৰে।

Apply Now

বহুতেই ভাবে যে গাখীৰ ফাটি গ’লে সেয়া স্বাস্থ্যৰ বাবে বেয়া, কিন্তু আচলতে আমি খোৱা পনীৰো এই একেটা পদ্ধতিৰে তৈয়াৰ কৰা হয়। ৰালষ্টনৰ মতে আমাৰ পাকস্থলীত থকা এচিডেও হজম প্ৰক্ৰিয়াৰ অংশ হিচাপে গাখীৰক জমাট বন্ধায়। গতিকে আপুনি যদি কেৱল গাখীৰো খায়, সেই গাখীৰখিনিও পাকস্থলীলৈ যোৱাৰ পিছত ফাটি যাবই। সেয়েহে ভিটামিন চি থকা ফলৰ সৈতে গাখীৰ খালে সি স্বাস্থ্যৰ ক্ষতি কৰে বুলি ভবা কথাষাৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।

শেষত বিশেষজ্ঞজনে জনাইছে যে যদিহে কাৰোবাৰ আগৰে পৰা হজমৰ বিশেষ সমস্যা নাই অথবা গাখীৰ খালে গা বেয়া নাপায়, তেন্তে তেওঁলোকে অনায়াসে ফল আৰু গাখীৰ একেলগে খাব পাৰে। ইয়াক লৈ ভয় কৰাৰ কোনো কাৰণ নাই কিয়নো এই খাদ্যৰ সংমিশ্ৰণে সাধাৰণতে শৰীৰৰ কোনো ক্ষতি নকৰে। কেৱল যিসকলৰ লেক্টোজ ইনটলাৰেন্স আছে বা পেটৰ সমস্যা আছে, তেওঁলোকেহে এনে খাদ্য খোৱাৰ আগতে সাৱধান হোৱা প্ৰয়োজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm
৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm
৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd